• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 25, 2022 6:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়, বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই।

মহাৰাষ্ট্ৰৰ বিসম্বাদী মন্ত্ৰী-বিধায়কসকলে বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰি নতুন ৰাজনৈতিক দল ‘শিৱসেনা বালাচাহেব’ খুলিব বুলি ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বালাচাহেব থাকৰেৰ পুত্ৰ তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই।

Apply Now

উদ্ধৱে থাকৰেই দলটোৰ প্ৰতিষ্ঠাপক-পিতৃপুৰুষ স্বৰ্গীয় বালাচাহেব থাকৰেৰ নামলৈ বিদ্ৰোহী গোটটোৱে দল খোুলিব বিচৰাৰ বিৰুদ্ধে এক প্ৰকাৰ গৰজি উঠিছে।

থাকৰেই কয়, “নিৰ্বাচনত জয়ী হ’বলৈ মোৰ দেউতাৰ নাম নল’ব, আপোনাৰ দেউতাৰ নাম ব্যৱহাৰ কৰক।” মহাৰাষ্ট্ৰৰ শিৱ সৈনিকসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটাৰ পিছতে বিদ্ৰোহী বিধায়কসকলে দুখোজ পিছুৱাই যাবলগীয়া হৈছে।ইয়াৰ মাজতে বিসম্বাদী শিবিৰে দাবী কৰিছিল যে তেওঁলোকেই “প্ৰকৃত শিৱসেনা”। কিন্তু শিৱসেনাৰ পুৰণি সমৰ্থকে বিসম্বাদী শিবিৰক উভতি ধৰাত বাধ্যত পৰি বালাচাহেবৰ নাম ব্যৱহাৰ কৰি নতুন দল খুলিব বিচাৰিছে।

থাকৰেই কয় যে দলটোৱে ভাৰতযৰ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিব যাতে শিৱসেনা বা বালাচাহেব থাকৰেৰ নাম কাৰো ৰাজনৈতিক স্বাৰ্থৰ বাবে অপব্যৱহাৰ নহয়,অন্যথা তেওঁলোকে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব। থাকৰেই লগতে কয় “তেওঁলোকে (বিদ্ৰোহী বিধায়কসকলে) যি কৰিব বিচাৰে সেয়া কৰিব পাৰে, মই তেওঁলোকৰ বিষয়ত হস্তক্ষেপ নকৰো।

তেওঁলোকে তেওঁলোকৰ নিজৰ সিদ্ধান্ত ল’ব পাৰে, কিন্তু কোনেও বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰা উচিত নহয়।” উল্লেখ্য মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দে শিবিৰে শনিবাৰে তেওঁলোকৰ নতুন দলৰ নাম ঘোষণা কৰিছে। সেইমৰ্মে বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম হ’ব ‘শিৱসেনা বালাচাহেব’ ।

দলটোৱে আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও বিসম্বাদী শিবিৰে স্পষ্ট কৰি দিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে ৰাজ্যখনত উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখন ভংগ কৰিবলৈ বিজেপিৰ সৈতে হাত মিলাব পাৰে বুলি বহুতে আলোচনা কৰাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দলৰ নাম ঘোষণা কৰে।

“আমাৰ গোটটোক শিৱসেনা বালাচাহেব বুলি কোৱা হ’ব। আমি কোনো দলৰ সৈতে একত্ৰিত নহ’ম,” শিৱসেনাৰ বিদ্ৰোহী বিধায়ক দীপক কেচৰকাৰে কয়।

উদ্ধৱ থাকৰেৰ নেতৃত্বত শিৱসেনাই ১৬ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দল খোলাৰ কথা ঘোষণা কৰে।

মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জিৰৱালে ১৬ জন বিদ্ৰোহী শিৱসেনা বিধায়কলৈ অযোগ্যতাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে।

উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই একনাথ সিন্দেকে ধৰি ১৬ জন বিদ্ৰোহী বিধায়কৰ সদস্যপদ বিধানসভাত “উপস্থিত নথকাৰ” বাবে খাৰিজ কৰিবলৈ বিধানসভাৰ উপাধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd