• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2022 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Israel’s parliament dissolves ইজৰাইলৰ সংসদ ভংগ কৰা হৈছে। অহা ১ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। চাৰি বছৰৰ ভিতৰত পঞ্চমবাৰৰ বাবে ইহুদী ৰাষ্ট্ৰখনত নিৰ্বাচন হ’বলৈ গৈ আছে। ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ইয়েৰ লেপিডে এই পৰিস্থিতিত তত্বাৱধায়ক চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিব। তেওঁৱেই তত্বাৱধায়ক চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।

লেপিডে আছিল ইজৰাইলৰ বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰ গঠনৰ মূল উদ্যোক্তা। তেওঁৱেই চৰকাৰখনৰ প্ৰধান কাৰিকৰ। সেয়ে তেওঁৰ সহকৰ্মীসকলে লেপিডৰ ওপৰতে আস্থা ৰাখি ছে।

লেপিডক তত্ত্বাৱধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে উন্নীত কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে বৃহস্পতিবাৰে ইজৰাইলৰ সংসদ ভংগ কৰা হয়। কিয়নো, বৰ্তমানৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

Apply Now

বিৰোধীয়ে অৱশ্যে কঠিন পৰিস্থিতিটো মোকাবিলা কৰিবলৈ অক্ষম হৈয়েই বেনেট আঁতৰি যোৱা বুলি সমালোচনা কৰিছে। কিয়নো দেশৰ নিৰাপত্তাক লৈ তেওঁৰ ওপৰত নিৰন্তৰ চাপ বৃদ্ধি পাইছে।পেলেষ্টাইনৰ উগ্ৰপন্থীসকলে নিয়মীয়াকৈ ইজৰাইলীসকলৰ ওপৰত আক্ৰমণ কৰি আহিছে। প্ৰাৰ্থনাৰ সময়তো ইজৰাইলী নাগৰিকসকলৰ ওপৰত গুলীচালনা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু তেওঁৰ সমৰ্থকসকলে এনে পৰিস্থিতিৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে।

এনে পৰিস্থিতিত বেনেটৰ চৰকাৰৰ ওপৰত বৈদেশিক নীতিৰ ব্যাপক বিফলতাৰ অভিযোগ উত্থাপিত হৈছে। ৰাষ্ট্ৰসংঘই ইজৰাইলক আল-জাজিৰাৰ এজন সাংবাদিকৰ হত্যাৰ বাবে দোষী সাব্যস্ত কৰিছে। দীৰ্ঘদিনীয়া বন্ধু আমেৰিকাও ইহুদী ৰাষ্ট্ৰখনৰ কাষত থিয় হোৱা নাই। যদিও বেনেটৰ শাসনত ইজৰাইলে আমেৰিকাৰ বন্ধু আৰৱ দেশসমূহত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিছিল ই কিন্তু ইৰাণক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে ৰাছিয়া ইৰাণৰ কাষত থিয় হৈছে। ফলস্বৰূপে ৰাছিয়াৰ সৈতে ইজৰাইলৰ সম্পৰ্ক তিক্ত হৈ পৰিছে।

এই পৰিস্থিতিত ইয়েৰ লেপিডে ইজৰাইলৰ তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্ব ল’বলৈ গৈ আছে। বৈদেশিক নীতিত বিফল হোৱাৰ অভিযোগ উঠা লেপিডৰ ওপৰতে অৰ্প কৰিব বিচৰা হৈছে বৰ্তমান ইজৰাইলৰ দায়িত্ব। শুকুৰবাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত লেপিড ইজৰাইলৰ ১৪ তম প্ৰধানমন্ত্ৰী হ’ব। তেওঁৰ পূৰ্বসূৰী বেনেট আছিল ইজৰাইলৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী।

বেঞ্জামিন নেতান্যাহুৱে ১২ বছৰ ধৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইজৰাইলী সেনাৰ এজন প্ৰাক্তন কমাণ্ডো বেঞ্জামিন নেতান্যাহুৱে দীঘলীয়া ১২ বছৰ ধৰি শাসনত আছিল। যেতিয়া নেতান্যাহুক আঁতৰাই নতুন চৰকাৰ ক্ষমতালৈ আহিছিল, তেতিয়া নেতান্যাহুৰ সমৰ্থকসকলে কৈছিল যে বেনেটে বিভিন্ন মতাদৰ্শৰ দলসমূহৰ সৈতে মিত্ৰতা কৰি বেছি দিন শাসনত থাকিব নোৱাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd