• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Nukad Natak issue: বিৰিঞ্চি বৰাক অনাহকতে গ্ৰেপ্তাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 6:43 am
আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিছত নাট্যকৰ্মী  বিৰিঞ্চি বৰা।

আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হোৱাৰ পিছত নাট্যকৰ্মী বিৰিঞ্চি বৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Nukad Natak issue নগাঁওত বাটৰ নাটেৰ প্ৰতিবাদ কৰাৰ বাবে বিৰিঞ্চি বৰা নামৰ নাট্য কৰ্মীজন গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই “পুলিচ ৰাজ” ব্যৱস্থাৰ শীঘ্ৰে অৱসান ঘটাবলৈ দাবী জনাইছে।

অনাহক গ্ৰেপ্তাৰৰ মাজেৰে গণতান্ত্ৰিক অধিকাৰ ভংগ কৰা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।

বিৰিঞ্চি বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ ৰাজ্যতে হোৱা প্ৰতিক্ৰিয়াৰ ফলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুলিচে তেওঁক মুকলি কৰি দিয়ে।

Apply Now

লগতে পঢ়ক: শিৱৰ ভাৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক জামিনত মুকলি

পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ নাট্য কৰ্মী বৰাই বাটৰ নাটকক মাধ্যম হিচাপে লৈ নগাঁওত প্ৰতিবাদ কৰে। ইয়াৰ পাছতে একাংশ হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে আৰক্ষী থানাত বৰাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতে কালবিলম্ব নকৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

এইখিনিতেই প্ৰশ্ন উঠিছে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই আৰক্ষী বাহিনী ইমান সক্ৰিয় হয় কিয় ? মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰতীকি প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয়। তেতিয়া হ’লে নগাঁও আৰক্ষীয়ে আইন নাজানে নেকি ? নে পুলিচ বাহিনীটো শাসক দলৰ নিৰ্দেশত চলা বাহিনীলৈ পৰ্যবাসিত হ’ব ধৰিছে ?

লগতে পঢ়ক: সন্দেহৰ আৱৰ্তত আলোচনা চুক্তি: পুনৰ সংঘৰ্ষত লিপ্ত হ’ল অসম আৰক্ষী আৰু আলফা স্বাধীন

এই ঘটনাৰ ঠিক দুদিন আগতে ডিব্ৰুগড়ত বিনীত বাগাৰীয়া নামৰ যুৱক এজনে হত্যাৰ ভাবুকি পোৱাৰ পাছত আৰক্ষীৰ ওচৰত সহায় বিচাৰি কোনো সহায় নাপালে আৰু অৱশেষত মুত্যুমুখত পৰিবলগীয়া হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটা এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে যে শাসক দলৰ কৰ্মী সংগঠনৰ অভিযোগ পালেই অধিক সক্ৰিয় হৈ উঠা আৰক্ষীয়ে সাধাৰণ নাগৰিকৰ অভাব অভিযোগ আৰু গণতান্ত্ৰিক অধিকাৰক কোনো গুৰুত্ব নিদিয়া হৈছে। এয়া আইনৰ শাসন আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ চৰম অৱনতি। প্ৰকৃততে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চত্ৰছায়াতে এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে।

লগতে পঢ়ক: ভক্ষকৰ ৰূপত ৰক্ষক: আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ডি ৱাই এফ আইয়ে দাবী যে শীঘ্ৰে এই অৰাজক অৱস্থাৰ অৱসান ঘটাই আইনৰ শাসন প্ৰতিষ্ঠা কৰক, সাধাৰণ নাগৰিক তথা শিল্পী, সাংস্কৃতিক কৰ্মীৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd