• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Benefits of Curd : দৈ আমাৰ বাবে কিমান উপকাৰি আপোনালোকে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 12, 2022 5:18 pm
210
VIEWS
Share on FacebookShare on Twitter

দৈ অসমীয়া সমাজৰ সকলোৰে চিনাকি৷ দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ খাদ্য দ্ৰব্য৷ কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয়৷

দৈ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই খুব ভাল। অসম তথা ভাৰতৰ উপৰি বিদেশৰ লোকসকলেও দিনৰ ভাগত এই খাদ্য গ্রহণ কৰে।

সতেজ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷ চিকিৎসক আৰু ডায়েটিচিয়ানসকলে দুপৰীয়াৰ খাদ্যত এক বাটি দৈ খোৱাৰ পৰামর্শ দিয়ে।

গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে।

অসমীয়া লোকে জলপান যেনে– কোমল চাউল, বকা চাউল, চিৰা, মুড়ি, পিঠাগুড়ি, সান্দ গুৰি, চাগোৰ আদিৰ লগত দৈ মিহলাই খায়৷ ঠাইভেদে গৰু, ছাগলী, ম’হ, ভেড়া, উট, য়াক আদি জন্তুৰ পৰাই দৈ প্ৰস্তুত কৰা হয়৷

Also Read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

ম’হৰ গাখীৰৰ দৈৰ সোৱাদেই সুকীয়া৷ ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী৷

দৈত প্ৰ’টিন আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ দৈৰ কেলচিয়াম আৰু লেষ্টি˜ক এচিডে গাৰ ছালৰ কোমলতা বৃদ্ধি কৰাত অৱদান যোগায়৷ দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ, খৰ আদিত লগালে সুফল পোৱা যায়৷

টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি নাইকিয়া হয়৷ বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিঃগ্ৰাঃকৈ দৈ সেৱন কৰিলে দেহৰ এণ্টিবডীৰ বৃদ্ধি ঘটে৷ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈৰ লগত জালুক মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয়৷

কলৰে সৈতে দৈ খালে মুখৰ ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়।দৈ অতিসাৰ শোথ ৰোগত যথেষ্ট উপকাৰী।

দৈৰে গৰমৰ দিনত বহু লোকে লাচী বনাই খাই শৰীৰৰ গৰম নিয়ন্ত্ৰণ কৰিবলৈ। ৰাতিৰ ভাগত দৈ খালে হজম নহয়৷ মূৰৰ বিষ, ৰক্তপিত্ত আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে। জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।

দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

Also Read ; Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd