• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চাহ নিগমৰ ১২ খনকৈ চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যৰ বিৰোধিতা ‘আপ’ৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 15, 2022 4:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত নাম লিখোৱাৰ কথা কোৱা আৰু চৰকাৰৰ ধনৰ অভাৱ নাই বুলি সততে জাহিৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কোনো নতুন উদ্যোগ গঢ়িব পৰা নাই, বৰং উদ্যোগ তথা বিক্ৰীৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ’বলৈহে প্ৰতিযোগিতাত নামি পৰিছে বুলি আম আদমি পাৰ্টীয়ে উল্লেখ কৰে।

শেহতীয়াকৈ অসম চাহ নিগমৰ ১২ খন চাহ বাগিচা ক্রমে চৈকতা, নাগিনীজান, ৰজাবাৰী, চৰাইদেউ, দীপলিং, নেঘেৰিটিং, ৰঙামাটি, দিজুভেলী, লুংচুং, আমলখি, ইচাবিল, লংগাই চাহ বাগিচা অসম চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপে।

Apply Now

অসমৰ ৰাজ্যিক সমন্বয়ক ড° ভবেন চৌধুৰীয়ে কয় “পৰিতাপৰ কথা যে এই বাৰখন চাহ বাগিচাৰ ভিতৰত নেঘেৰিটিং, নাগিনীজান, দিজুভেলী চাহ বাগিচাত উৎকৃষ্ট চাহ উৎপাদন হয় বুলি দীৰ্ঘদিনীয়া সুনাম আছে। দেশ তথা বিদেশতো এই তিনিখন চাহ বাগিচাত উৎপাদিত চাহৰ চাহিদা আছে।”

একমাত্র উচিত ব্যৱস্থাপনাৰ অভাৱতেই ১৫ খনকৈ চাহ বাগিচা থকাৰ পিছতো বছৰি ঘাটিৰ সন্মুখীন হোৱা চাহ নিগমে নিজৰ একাংশ অলগদ্ধ আৰু ঘোচখোৰ বিষয়াৰ বাবে এতিয়া ১২ খন চাহ বাগিচা ব্যক্তিগত খণ্ডৰ হাতলৈ অৰ্পন কৰিব ওলাইছে বুলি উল্লেখ কৰে
আপৰ ৰাজ্যিক সমন্বয়ক ড° ভবেন চৌধুৰীয়ে।

“লক্ষণীয় যে এশ বছৰ ধৰি বিশ্ববাসীক চাহ খুওৱা অসমৰে চাহ নিগমটোৱে পোন্ধৰখনকৈ চাহ বাগিচা সঠিক ব্যৱস্থাপনা কৰিব নোৱাৰাৰ লগতে ঘাটিৰ বাবে গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ো বিক্ৰী কৰিছিল। উল্লেখ্য যে চাহ নিগমে এতিয়াও চাহ শ্ৰমিকৰ ভবিষ্যনিধিৰ ১৪২.৪৫ কৌটি টকা জমা দিবলৈ বাকী আছে।

এনে অৱস্থাত ব্যক্তিগত খণ্ডক চাহ বাগিচাবোৰ অৰ্পণ কৰি বিজেপি চৰকাৰে ৰাজ্যত ৰাজহুৱা সম্পত্তিৰ ব্যক্তিগতকৰণৰ সূচনা কৰিব বিচৰিছে।” তেওঁ লগতে কয়।

বিজেপি চৰকাৰে হাজাৰ হাজাৰ শ্রমিকৰ ভৱিষ্যৎ অন্ধকাৰত ঠেলি দিব বিচৰা এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম আদমি পার্টীয়ে ১২ খন বাগিচা চলাব নোৱৰা হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য এখন চলাব সামর্থ্য নাই বুলিও অভিযোগ উত্থাপন কৰে। লগতে দলটোৱে অসম চৰকাৰক এই লীজত দিব বিচৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি চাহ শ্রমিক সকলৰ জীবন জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd