• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Rupee at Record Low সস্তা হ’ল টকা: প্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰত ৮০ টকালৈ হ্ৰাস পালে ভাৰতীয় মুদ্ৰা; কিয় ঘটিল এই পতন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Rupee hits all-time low ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত ৮০ টকালৈ হ্ৰাস পাইছে। মঙলবাৰে প্ৰথমবাৰৰ বাবে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা ৮০ টকালৈ হ্ৰাস পালে।

মঙলবাৰে বজাৰ খোলাৰ সময়ত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা আছিল ৭৯.৯৮ টকা। পূৰ্বে বজাৰ বন্ধৰ সময়ত এইটো আছিল ৭৯.৯৭ টকা।

আজি বজাৰ খোলাৰ প্ৰায় লগে লগেই ৮০.০১৭৫ টকাত উপনীত হয়। এইটোৱে এতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ সৰ্বনিম্ন ৰেকৰ্ড।

Apply Now

লগতে পঢ়ক: Marburg Virus: এইবাৰ মাৰবাৰ্গ ভাইৰাছৰ আতংক! প্ৰতি ১০ জনৰ ভিতৰত ৮জনৰ মৃত্যুৰ আশংকা

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ এই পতনৰ কাৰণ কি? বিশেষজ্ঞসকলে প্ৰাথমিকভাৱে ডলাৰৰ শক্তি বৃদ্ধি, ৰাছিয়া-ইউক্ৰেইন সংঘাত, আন্তৰ্জাতিক বজাৰৰ  বিত্তীয় স্থিতি,খাৰুৱা তেলৰ মূল্য তথা বৰ্ধিত বাণিজ্যিক ঘাটিয়েই ইয়াৰ কাৰণ বুলি ক’ব খোজে।

আনহাতে, ভাৰতৰ পৰা বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ নিৰন্তৰ বহিৰ্গমনকে ধৰি উক্ত কাৰণবোৰৰ বাবে ভাৰতীয় মুদ্ৰা বহুদিনৰ পৰা চাপত আছে। এই বছৰ আমেৰিকান ডলাৰৰ বিপৰীতে ই প্ৰায় ৭ শতাংশ হ্ৰাস পাইছে।

লগতে পঢ়ক: Bangladesh delegation in Assam: অসমত উপস্থিত বাংলাদশৰ সজাঁতি দল; দৰ্শন কৰিলে ঐতিহাসিক পোৱামক্কা দৰগাহ শ্বৰীফ

ইপিনে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১৮ জুলাইত এই সন্দৰ্ভত কয় যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। এই সময়ছোৱাত, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰায় ২৫ শতাংশ হ্ৰাস পায়।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত কয় যে ৰাছিয়া-ইউক্ৰেইন সংঘাত, খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু সমগ্ৰ বিশ্বতে বিত্তীয় পৰিস্থিতিৰ প্ৰভাৱেই হৈছে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাসৰ মুখ্য কাৰণ।

লগতে পঢ়ক: আৱৰ্জনাৰ গাড়ীত মোডী-যোগীৰ ফটো; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই চাকৰি গ’ল চাফাইকৰ্মীৰ

তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত বিদেশী পৰ্টফলিঅ’ বিনিয়োগৰ দ্ৰুতগতিত বহিৰ্গমন হৈছে। এতিয়ালৈকে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় ইকুইটি বজাৰৰ পৰা প্ৰায় ১৪ বিলিয়ন ডলাৰ উলিয়াই নিছে। ভাৰতীয় মুদ্ৰাৰ পতনৰ এইটো বিশেষ কাৰণ বুলি তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm
ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd