• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Barshashri Buragohain: প্ৰমাণ হ’ল কবিতাৰ বাবেই গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী; ই এক মানৱ অধিকাৰ উলঙ্ঘন: ড০ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2022 3:19 pm
350
VIEWS
Share on FacebookShare on Twitter

Barshashri Buragohain বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকীয়ে অৱশেষত মুক্তি লাভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি ছাত্ৰী গৰাকীৰ  জামিন মঞ্জুৰ কৰাৰ পিছত স্পষ্ট হ’ল যে কেৱল কবিতা লিখাৰ বাবেই ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

মুক্তি লাভ কৰাৰ পিছতেই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত যুৱতীগৰাকীয়ে কয় যে কেনেকৈ তেওঁক আৰক্ষীয়ে সোধ-পোছৰ নামত গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁক যে কবিতাৰ বাহিৰে আন কথা সোধ-পোছ কৰা নাছিল এই কথা  তেওঁ স্পষ্টকৈ কয়।

লগতে পঢ়ক: মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুটি শিশুকে ধৰি ৭জন আহত

আনহাতে, ন্যায়ালয়ৰ মজিয়াটো কেৱল কবিতা লিখাৰ বাবেই যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল সেয়া স্পষ্ট হয়। ছাত্ৰী গাৰকীৰ বিষয়ে সংবাদ মাধ্যমত চর্চা লাভ কৰাৰ পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে যে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল এই কথাও স্পষ্টকৈ ওলায় পৰে।

এই সন্দৰ্ভত সময়ে সময়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ড০ দিব্যজ্যোতি শইকীয়াই কয়,” ছাত্ৰী গৰাকীয়ে কোনো সন্ত্ৰসবাদী সংগঠনৰ লগত যোগাযোগ ৰাখি তেনে সংগঠনলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ কথা ছাত্ৰী গৰাকী গ্ৰেপ্তাৰৰ সময়ত চৰকাৰে তথা আৰক্ষীয়ে কেতিয়াও ক’তো উল্লেখ কৰা নাছিল। সেয়ে চৰকাৰী পক্ষৰ বক্তব্য ভুৱা আছিল বুলি প্ৰমাণিত হ’ল।‘’

মানৱ অধিকাৰ কৰ্মী ড০ শইকীয়াই লগতে বৰ্তমান চৰকাৰে মানুহৰ মৌলিক অধিকাৰৰ পৰা আৰম্ভ কৰি বাক্ স্বাধীনতা আৰু মানৱ অধিকাৰ ব্যাপকভাবে উলঙ্ঘন কৰি আহিছে। সেয়ে ভৱিষ্যতে সাধাৰণ কথাতে মানুহক গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰ উলঙ্ঘন নকৰিবলৈ তেওঁ চৰকাৰক সকীয়াই দিয়ে।

লগতে পঢ়ক: Consumers’ Legal Protection Forum: পেকেজড ফুডৰ ওপৰত বৈজ্ঞানিকভাবে সতৰ্ক বাৰ্তা লিখাৰ সপক্ষে উদ্যোগগোষ্ঠী

উল্লেখযোগ্য যে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী বর্ষাশ্ৰী নামৰ ছাত্ৰী গৰাকী এগৰাকী মেধা সম্পন্ন ছাত্ৰী। তেওঁ দুটা বিষয়ৰ পৰীক্ষা গোলাঘাট কাৰাগাৰতেই সম্পন্ন কৰিবলৈ বাধ্য হৈছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd