• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ED at Sanjay Raut’s House: শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ ঘৰত ইডিৰ অভিযান; সন্মুখীন হ’ব পাৰে জেৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 11:34 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ED officials conduct searches at Shiv Sena MP Sanjay Raut’s house প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দেওবাৰে পুৱাই মুম্বাইত উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ শিৱসেনা নেতা সঞ্জয় ৰাউতৰ ঘৰত তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে কেন্দ্ৰীয় বাহিনীৰ সৈতে ৰাউতৰ ঘৰত অভিযান চলায়। পাত্ৰ চাওল ভূমি দুৰ্নীতিৰ গোচৰত ৰাউতৰ ঘৰত ইডিৰ এই অভিযান বুলি জানিব পৰা হৈছে।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত উদ্ধৱ চৰকাৰৰ পতনৰ সময়ত গোচৰটোত ইডিয়ে ৰাউতক মাতি পঠিয়াইছিল। শিৱসেনাৰ নেতাজনে এই সন্দৰ্ভত ১ জুলাইত ইডি কাৰ্যালয়লৈ গৈছিল। সঞ্জয়ক পুনৰ ২০ জুলাইত ইডিয়ে মাতি পঠিয়াইছিল। কিন্তু তেওঁ উপস্থিত হোৱা নাছিল। তাৰ পিছত তেওঁক ২৭ জুলাইত পুনৰ মাতি পঠিওৱা হৈছিল।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

Apply Now

শিৱসেনাৰ নেতাজনে সেই সময়ত তেওঁৰ অধিবক্তাৰ জৰিয়তে কৈছিল যে তেওঁ সংসদৰ অধিৱেশনত ব্যস্ত থকাৰ বাবে তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিব। ৰাউতে ইডিক তেওঁ ৭ আগষ্টৰ পিছত উপস্থিত হ’ব পাৰিব বুলি কৈছিল।

ইডিয়ে ইতিমধ্যে গোচৰটোত ৰাউতৰ কেইবাটাও সম্পত্তি বাজেয়াপ্ত কৰিছে। যোৱা এপ্ৰিলত ৰাউতৰ পত্নী বৰ্ষা আৰু তেওঁৰ দুই সহযোগীৰ ১১ কোটিতকৈও অধিক টকাৰ সম্পত্তি জব্দ কৰিছিল।

সেই সময়ত দাদৰ অঞ্চলত বৰ্ষাৰ ফ্লেট, আলিবাগত ৰাউতৰ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্না আৰু বৰ্ষা যৌথ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।

লগতে পঢ়ক: Huge Cash recovered: পশ্চিমবংগৰ হাওৰাত গাড়ীৰ পৰা প্ৰায় ৪৯ লাখ টকা উদ্ধাৰ; ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক আটক

সূত্ৰসমূহৰ মতে ইডিৰ বিষয়াসকলে ৰাউতক বিত্তীয় খেলিমেলিৰ লগতেপত্নীৰ সম্পত্তিৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে। ইপিনে, ৰাউতে বিত্তীয় খেলিমেলিৰ সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। শিৱসেনাৰ নেতাজনে দাবী কৰে যে তেওঁক ৰাজনৈতিক উদ্দেশ্যৰ বাবে লক্ষ্য কৰি লোৱা হৈছে।

ইডিৰ অভিযান সন্দৰ্ভত ৰাউতে টুইটাৰত লিখিছে, “মিছা প্ৰমাণৰ ওপৰত ভিত্তি কৰি মিছা অভিযান। মই শিৱসেনা এৰি নাযাওঁ… মই মৰিলেও, আত্মসমৰ্পণ নকৰো।জয় মহাৰাষ্ট্ৰ।‘’

खोटी कारवाई..
खोटे पुरावे
मी शिवसेना सोडणार नाही..
मरेन पण शरण जाणार नाही
जय महाराष्ट्र

— Sanjay Raut (@rautsanjay61) July 31, 2022

তেওঁ লগতে কৈছে, “মই এই দুৰ্নীতিৰ সৈতে জড়িত নহয়। শিৱসেনাৰ মুৰব্বী বালাচাহেব ঠাকৰেৰ শপত খাই এইকথা কৈছো… বালাচাহেবে আমাক যুঁজিবলৈ শিকাইছিল। মই শিৱসেনাৰ হৈ যুঁজ অব্যাহত ৰাখিম।‘’

ৰাউতে অভিযোগ কৰিছিল যে বিজেপিয়ে মহাৰাষ্ট্ৰৰ শিৱসেনাত ভাঙোন আনিবলৈ  ইডিক ব্যৱহাৰ কৰিছে। তেওঁ দাবী কৰিছিল যে ইডিৰ হেঁচাতেই বহু শিৱসেনাৰ নেতাই বিদ্ৰোহ ঘোষণা কৰি বিজেপিৰ সৈতে হাত মিলাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd