• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UGC NET 2022 Exam Update: আগষ্টত নহয় পৰীক্ষা; কেতিয়া হ’ব নেটৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা? জনালে আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2022 10:39 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

UGC NET 2022 Exam Update ইউজিচি নেটৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা স্থগিত ৰখা হৈছে। সোমবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) অধ্যক্ষ এম জগদেশ কুমাৰে জানিবলৈ দিছে যে নেটৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ২০ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। পূৰ্বে এই পৰীক্ষা আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল।

যোৱা জুলাইত, ইউজিচি নেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো ১২, ১৩ আৰু ১৪ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই পৰীক্ষা পিছুৱাই দিয়া হৈছে বুলি এখন জাননীও প্ৰচাৰ হৈছিল। কিন্তু যোৱা সপ্তাহত সেই প্ৰচাৰিত জাননীখন ভুৱা বুলি জানিবলৈ দিছিল পি আই বিয়ে।

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

Apply Now

অৱশেষত সোমবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষই পৰীক্ষাৰ দ্বিতীয় পৰ্যায় পিছুৱাই দিয়া কথাটো নিশ্চিত কৰে।

জগদেশ কুমাৰে কয়, “ইয়াৰ পূৰ্বে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ১২, ১৩ আৰু ১৪ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এইবাৰ ২০২১ চনৰ ডিচেম্বৰ আৰু ২০২২ চনৰ জুন মাহৰ ছেছনৰ বাবে ইউজিচি নেট পৰীক্ষা ২০ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। মুঠ ৬৪ টা বিষয়ৰ পৰীক্ষা হ’ব।‘’

সাধাৰণতে ইউজিচি-নেট পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয়। কিন্তু কৰোনাৰ পৰিস্থিতিৰ বাবে ২০২১ চনৰ ডিচেম্বৰ ছেছন আৰু ২০২২ চনৰ জুন ছেছনৰ পৰীক্ষা এইবাৰ একেলগে কৰা হৈছে। পৰীক্ষাৰ প্ৰথম পৰ্যায় জুলাইত অনুষ্ঠিত হৈছিল। পৰীক্ষাৰ দ্বিতীয় পৰ্যায় আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল। সেই পৰীক্ষাটো পিছুৱাই দিয়া হৈছে। অৱশ্যে, কোন বিষয়ৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেয়া কোৱা হোৱা নাই।

লগতে পঢ়ক: নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

ইউজিচি নেট এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ’ব?

ইউজিচি নেট পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ কৰা হ’ব সেইটো আয়োগে জনোৱা নাই। যদি এডমিট কাৰ্ড মুকলি কৰি দিয়া হয় তেতিয়া সেয়া কেনেদৰে ডাউনলোড কৰিব চাওঁক –

১) বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) ugcnet.nta.nic.in অফিচিয়েল ৱেবছাইট চাওক।

২) হোমপেজত ‘ইউজিচি নেট এডমিট কাৰ্ড লিংক’ত ক্লিক কৰক।

৩) তেতিয়া এটা নতুন পেজ খুলিব। লগ ইন আইডিৰ সৈতে ইউজিচি নেট এডমিট কাৰ্ড ডাউনলোড কৰি লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd