• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

দেশৰ ৰাজনৈতিক মানচিত্ৰত অসমৰ নাম কলুষিত কৰিলে হিমন্ত বিশ্ব শৰ্মাই

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 9, 2022 2:53 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ “অপাৰেচন লটাছ”ৰ মুখ্য অস্ত্ৰোপচাৰক এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। মঙ্গলবাৰে মুখ্যমন্ত্ৰীক এইদৰে কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

বৰাই কয় “গোপীনাথ বৰদলৈ, হেম বৰুৱা, বিমলা প্ৰসাদ চলিহা, শৰৎ চন্দ্ৰ সিংহ, হিতেশ্বৰ শ‍ইকীয়া, তৰুণ গগৈৰ দৰে বৰেণ্য প্রাক্তন মুখ্যমন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিকসকলে অসমক যিদৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক সন্মানজনক আসনত প্ৰতিষ্ঠা কৰিছিল, আজি সেই সকলো এফালৰ পৰা ধূলিস্যাৎ কৰি গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।”

লগতে পঢ়ক: বিহাৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি! এইবাৰ ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিলে নীতিশ কুমাৰে

Apply Now

‘’ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচাৰ ঘৃণনীয় বজাৰখনৰ বেপাৰী হিচাপে নিজৰ পৰিচয় দাঙি ধৰি এইজন বিজেপিৰ মুখ্যমন্ত্ৰীয়ে আজি অসমৰ ৰাইজৰ সকলো মান-সন্মান, মর্যাদা শেষ কৰি পেলালে,”-বৰাই কয়।

বৰাই জানিবলৈ দিয়ে, “ৰাঁচী থানাত ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মংগল (শ্রীঅনুপ সিং)য়ে  আজি দাখিল কৰা এজাহাৰত ৰাজ্যখনত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ সম্মিলিত চৰকাৰখন ভাঙি বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাৰ মূল কাণ্ডাৰী হিচাপে নাম উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।‘’

‘’এজাহাৰত কোৱা হৈছে যে তেওঁৰ জৰিয়তে প্ৰতিগৰাকী বিধায়কক ১০ কোটিকৈ টকাৰ প্রলোভন দিয়া হৈছে আৰু হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাৱে লগ ধৰি নতুন চৰকাৰত তেওঁক প্ৰভাৱশালী মন্ত্রীদপ্তৰ দিয়াৰ নিশ্চিতি দিব বুলিও বিধায়কগৰাকীক প্রস্তাৱ দিয়া হৈছে”-তেওঁ লগতে কয়।

“এনে নীতিহীন, বণিয়াৰ ৰাজনীতিয়ে দেশখনক কোন দিশে লৈ গৈ আছে সেই কথা আজি সকলোৱে উপলব্ধি কৰিছে। অসমৰ সুনাম, খ্যাতি সকলো মষিমূৰ কৰি কেৱল ‘হর্ছ ট্রেডিং ‘ আৰু ‘ক্ৰছ ভোটিং’ৰ ‘মাষ্টাৰ মাইণ্ড’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি অসমৰ ৰাজনীতিত এক কলংকিত অধ্যায়ৰ সূচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই,’’-এইদৰে মন্তব্য কৰে বৰাই।

লগতে পঢ়ক: ডোনাল্ড ট্ৰাম্পৰ ফ্ল’ৰিডাৰ ঘৰত এফবিআইৰ অভিযান; চন্দুক ভাঙি বিচাৰিলে নথি!

বৰাই কয়, ‘’অসমৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ বাবে ই লাজ আৰু অপমানৰ বিষয়। কেনে নিকৃষ্ট ৰাজনীতিৰে জড়িত এজন ব্যক্তিৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা তথা মর্যাদা হানি হৈছে সেই কথা আজি দেশবাসীৰ সন্মুখত অতি নগ্ন ৰূপত উন্মোচিত হ’ল।”

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd