• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি! এইবাৰ ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিলে নীতিশ কুমাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2022 12:51 pm
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ফাইল ফটো।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ফাইল ফটো।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Bihar political crisis বিহাৰৰ নীতিশ কুমাৰৰ জেডি(ইউ)য়ে পুনৰ বিজেপিৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিব নেকি? পাটনাত ৰাজনৈতিক পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত ৰাজ্যপালক লগ কৰিবলৈ সময়  বিচাৰিছে।

নীতিশ কুমাৰৰ জেডি(ইউ) আৰু বিজেপিৰ মাজৰ শীতল যুঁজখন দীৰ্ঘদিন ধৰি ৰাজনৈতিক মহলে লক্ষ্য কৰি আহিছিল। শেহতীয়াকৈ দুয়োটা শিবিৰৰ মাজৰ সম্পৰ্ক আৰু অৱনমিত হৈছে।

নীতিশ কুমাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ নীতি আয়োগৰ বৈঠকত উপস্থিত নাছিল। তাৰপিছতে বিষয়টোৱে চৰ্চা লাভ কৰে। এসময়ত নীতিশ কুমাৰৰ ঘনিষ্ঠ বুলি পৰিচিত জেডি(ইউ)ৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আৰ চি পি সিঙে দল ত্যাগ কৰে। নীতিশৰ আপত্তি স্বত্বেও তেওঁক কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়াৰ পিছতে জটিলতা বৃদ্ধি পাইছিল।

Apply Now

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

নীতিশে ৰাজ্যসভাৰ বাবে আৰচিপি  সিঙক মনোনীত কৰা নাছিল। বৰঞ্চ নীতিশে তেওঁৰ সম্পত্তিৰ তদন্ত কৰাৰ ইংগিত দিছিল। এনে পৰিস্থিতিত আৰচিপিয়ে দল ত্যাগ কৰে আৰু নীতিশৰ বিৰুদ্ধে বিদ্ৰোহৰ বাণ এৰে।

এই ঘটনা প্ৰবাহৰ পিছতে জেডি(ইউ)য়ে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটত ইয়াৰ দলৰ কোনো প্ৰতিনিধি নাথাকিব বুলি ঘোষণা কৰিছিল। তাৰপিছতে নীতিশ আৰু বিজেপিৰ মাজৰ দূৰত্ব আৰু অধিক স্পষ্ট হৈ পৰে।

সেয়াই নহয়, ঘোষণাৰ লগে লগে নীতিশ কুমাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক ফোন কৰে। ফলত এই চৰ্চাই এক নতুন মাত্ৰা লাভ কৰে। ইয়াৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে দলৰ বিধায়কসকলৰ সৈতে এখন বৈঠক আহ্বান কৰে। আৰজেডি আৰু কংগ্ৰেছেও বিধায়কসকলৰ সৈতে পৃথক বৈঠক আহ্বান কৰে। এই ঘটনাই বিহাৰৰ ৰাজনৈতিক দৃশ্যপটত পৰিৱৰ্তনৰ সম্ভাৱনা গভীৰ কৰি তোলে।

লগতে পঢ়ক:আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন (কে)-আলফা (স্বাঃ) উগ্ৰপন্থীৰ গুলীচালনা

ইপিনে, আৰজেডি আৰু কংগ্ৰেছে পুৰণি স্মৃতি আঁতৰাই ৰাখি পুনৰ জেডি(ইউ)ৰ সৈতে হাত মিলাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশে দলৰ বৃহৎ সংখ্যক আসন হেৰুৱাইছে আৰু সংখ্যাৰ হিচাপত তেওঁৰ দল তিনি নম্বৰলৈ অৱনমিত হৈছে!

লালু প্ৰসাদৰ আৰজেডি এই মুহূৰ্তত ৰাজ্য বিধানসভাৰ সৰ্ববৃহৎ দল। ইয়াৰ নেতা হৈছে তেজস্বী যাদৱ। আসনৰ সংখ্যা বিবেচনা কৰি যদি লালু-নীতিশ আৰু কংগ্ৰেছ একত্ৰিত হয় তেন্তে চৰকাৰ সহজে গঠন হ’ব। যদি এই সম্ভাৱনা সঁচা হয় তেন্তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে হিন্দী হাৰ্টলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্যত ক্ষমতাৰ পৰা আঁতৰি যাব লাগিব। এইটো মোডী বাহিনীৰ বাবে এটা ডাঙৰ ব্যৰ্থতা বুলিয়েই বিবেচিত হ’ব।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd