• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী নিৰ্য্যাতন : জাতি-ধৰ্মক লৈ নকৰিব মেৰুকৰণ, শাস্তি দিয়ক দোষীক; চৰকাৰক আহ্বান প্ৰতিবাদীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2018 10:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লগতে দেশজুৰি বৃদ্ধি পোৱা নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা নোলোৱাৰ অভিযোগত, নিৰ্য্যাতন প্ৰতিৰোধৰ দাবীত তথা ধৰ্ম আৰু জাতিৰ ভিত্তিত নাৰী নিৰ্য্যাতনৰ মেৰুকৰণ নকৰাৰ আহ্বান জনাই আজি ২১ এপ্ৰিলত গুৱাহাটীত ঐক্যবদ্ধ প্ৰতিবাদ কৰে বহুকেইটা সংগঠনে।

এই দাবীসমূহক লৈ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ কামৰূপ (মহানগৰ) উপায়ুক্তৰ যোগেদি সংগঠনকেইটাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Apply Now

অসমৰ মৰিগাঁও জিলাত এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি কপিলী নৈত পেলাই দিয়া, নগাঁৱৰ ধিঙত ১৩ বছৰীয়া কিশোৰীক জ্বলাই দিয়া, হাইলাকান্দিত এগৰাকী মহিলাক ধৰ্ষণ কৰি ডিঙি কাটি হত্যা কৰা আৰু গুৱাহাটীত তিনিগৰাকী ছাত্ৰী ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো ধৰ্ষণকাৰী তথা অন্য অভিযুক্তসকলে বৰ্তমানলৈকে শাস্তি নোপোৱা বুলি অভিযোগ তোলে সংগঠনকেইটাই।

ধৰ্ষণ হত্যাৰ ঘটনাবোৰক ধৰ্ম আৰু জাতিৰ ভিত্তিত মেৰুকৰণ কৰি চৰকাৰে ঘটনাবোৰক অন্যফালে নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰি সংগঠনকেইটাই কয় যে ‘ধৰ্ষণৰ ঘটনাই এনে ৰূপ পাইছেগৈ যে ধৰ্ষণকাৰীৰ সমৰ্থনত বিজেপি দল আৰু ইয়াৰ দুজনকৈ মন্ত্ৰীয়ে প্ৰতিবাদী সমদলত ভাগ লৈছে। উত্তৰ প্ৰদেশৰ উনাওত বিধায়কৰদ্বাৰা ধৰ্ষিতা কিশোৰীৰ পিতৃ ন্যায় বিচাৰি গৈ মৃত্যুমুখত পৰিছে।’

প্ৰতিবাদৰ ফে’ছবুক লাইভ ভিডিঅ’ৰ বাবে ক্লিক কৰক।

প্ৰতিবাদীত অংশগ্ৰহণ কৰা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সম্পাদিকা নিয়তি বৰ্মনে কয় ‘প্ৰতিদিনে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে যদিও অপৰাধকাৰীয়ে গুৰুতৰ শাস্তি নোপোৱাৰ বাবে অপৰাধীৰ সংখ্যা বাঢ়ি গৈছে।’

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, অসম মহিলা সংঘ, নৰ্থ ইষ্ট নে’টৱৰ্ক, এছ এফ আই, ডি ৱাই এফ আই, এ আই এছ এফ আৰু অসম ছাত্ৰ যুৱ সন্মিলনে প্ৰতিবাদটোৰ আয়োজন কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd