• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 25, 2022 6:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিযোগ অনুসৰি ৰাজ্যত শেহতীয়াকৈ বিদ্যালয় একত্ৰীকৰণৰ ফলত ২৫০০ খন বিদ্যালয় বন্ধ কৰি দিয়াৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে। তাৰ ভিতৰত ৩০০ খন হাইস্কুলো অন্তৰ্ভুক্ত হৈ আছে।

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে তচনচ কৰি কেৱল বেচৰকাৰী প্ৰতিষ্ঠানবোৰক সুবিধা দিয়াৰ বাবে হিমন্ত বিশ্ব চৰকাৰে এখনৰ পাছত আনখন বিদ্যালয় বন্ধ কৰা বুলি কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক: অসমৰ বিদ্যালয় বন্ধ কৰাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

Apply Now

সংগঠন দুটাৰ নেতৃত্বৰ মতে “যিখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে চৰকাৰী স্কুলৰ আন্তঃগাঁথনি বিশ্বমানৰ কৰি গঢ়ি তোলাৰ পৰিৱৰ্তে নিজৰ ব্যক্তিগত বিদ্যালয় খোলাৰ সপোন দেখে সেই অসম ৰাজ্যৰ শিক্ষা ব্যৱস্থা এতিয়া খোদ মুখ্যমন্ত্ৰীৰ নেতৃত্বতে শ্মশান যাত্ৰা আৰম্ভ হৈছে”।

“বিশ্ববিদ্যালয় পৰিচালনাৰ বাবে পুঁজিৰ অভাৱত ডিব্ৰুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰাৰ দৰে পদক্ষেপ ল’ব লগা হৈছে”। সংগঠন দুটাৰ নেতৃত্বই লগতে কয়।

হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে এখন দেউলীয়া চৰকাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰি সংগঠন দুটাৰ শীৰ্ষ নেতৃত্বই ছাত্ৰ-ছাত্ৰীৰ ভোটাধিকাৰ নাই বাবে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে।

লগতে পঢ়ক: বিধায়ক ভাঙিবলৈ ৮০০ কোটি টকা খৰচ কৰিব বিচাৰিছে বিজেপিয়ে: কেজৰিৱালৰ বিস্ফোৰণ

ভোটৰ স্বাৰ্থত অৰুণোদয় আঁচনিৰ বাবে মুখ্যমন্ত্রীয়ে ভিডিঅ’ বিজ্ঞাপন দিব পাৰে, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পঢ়োৱাব লাগে বুলি ভিডিঅ’ বিজ্ঞাপন কিয় নিদিয়ে?” সংগঠন দুটাৰ নেতৃত্বৰ প্ৰশ্ন।

তেওঁলোকে লগতে কয়, “যিসময়ত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত নতুনকৈ বিটিআৰ চুক্তি কৰি বিটিচি অধ্যুষিত অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নতিৰ বাবে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সর্বানন্দ সোণোৱাল, হিমন্তবিশ্ব শৰ্মাই আমোল পৰিৱৰ্তনৰ দাবী কৰিছিল, আজি সেই বিটিআৰ অঞ্চলৰ চিৰাং জিলাৰ বিজনীৰ এখন হাইস্কুল বন্ধ কৰাৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাখনে। এয়া কেৱল বিটিআৰ আঞ্চলৰ ৰাইজকে নহয়, সমগ্ৰ অসমবাসীক কৰা প্ৰতাৰণা।”

লগতে পঢ়ক: কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল; অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

এই ক্ষেত্ৰত বিটিআৰৰ প্ৰধান প্রমোদ বড়ো বার্থ হোৱা বুলি সংগঠন দুটাই উল্লেখ কৰে।

অতিশীঘ্ৰে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰি বিদ্যালয়সমূহৰ উপযুক্ত আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তি দিয়াৰ বাবে সংগঠন দুটাৰ নেতৃত্বই দাবী উত্থাপন কৰে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd