• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 29, 2022 6: 39 am
in অসম, উত্তৰ-পূব, শীর্ষ সংবাদ
0
বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে ১১ টা অতি বিৰল প্ৰজাতিৰ ফুটুকী চেং বা চানা বাৰ্কা মাছ লৈ যোৱাৰ সময়তে জখলাবন্ধাত এজন লোকক আটক কৰে স্থানীয় লোকে ৷ সন্দেহবশত এক স্থানীয়লোকে কৰায়ত্ত কৰা লোকজন দৰং জিলাৰ দলগাওঁ থানা এলেকাৰ শিয়ালমাৰী গাওঁৰ মহম্মদ মাৰুপ বুলি জানিব পৰা গৈছে ৷

বোকাখাতৰ পৰা বিৰল প্ৰজাতিৰ এই ১১ টা মাছ লৈ যোৱা লোকজনে জখলাবন্ধাত সন্দেহজনকভাৱে ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি স্থানীয় লোকে কৰায়ত্ত কৰি বন বিভাগক অৰ্পণ কৰে ৷ বন বিভাগৰ লোকে ব্যক্তিজনৰ পৰা ১১ টা ফুটুকী চেং বা চানা বাৰ্কা মাছ উদ্ধাৰ কৰে ৷

ঘটনা সন্দৰ্ভত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে ধৃত লোকজনক জেৰা চলাই আছে বন বিভাগে ৷

সাপৰ মূৰৰ আকৃতিৰ আৰু দেখাত চেঙেলী মাছৰ দৰে এই চানা বাৰ্কা মাছ ব্ৰহ্মপুত্ৰ উপত্যকা, নেপাল আৰু বাংলাদেশৰ ঠাই বিশেষে পোৱা এবিধ বিৰল প্ৰজাতিৰ মাছ৷ বিৰল প্ৰজাতি এই চানা বাৰ্কা মাছৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত চাহিদা থকাৰ বাবেই ইয়াৰ এখন চোৰাং বজাৰ গঢ়ি উঠিছে ৷

কাজিৰঙাৰ জলাশয়ত চানা বাৰ্কা মাছ পোৱা যায় ৷ শেষতীয়াকৈ কাজিৰঙাৰ পৰা অতি সংগোপনে দীৰ্ঘ দিনৰ পৰা এই মাছৰ গোপন ব্যৱসায় চলি আছে ৷ ধৃত মহম্মদ মাৰুপৰ স্বীকাৰেক্তি মতে এই ব্যৱসায়ত বোকাখাতৰ কাষৰীয় অঞ্চলৰ লোকো জড়িত আছে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

August 13, 2025 9: 30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd