• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে গণ সজগতা; পশ্চিমবংগৰ পৰা পৰশুৰামকুণ্ডলৈ চাইকেল যাত্ৰা

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 30, 2022 1:28 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পশ্চিম বংগৰ গংগাসাগৰৰ পৰা চাইকেল চলাই পৰশুৰাম কুণ্ডলৈ বুলি যাত্ৰা কৰা বলোৰাম নাথ আহি যোৱা নিশা বোকাখাতত উপস্থিত হৈছেহি৷ শিলিগুৰিৰ ভিচন অৱ টিচাৰ নামৰ এক সংগঠনৰ সদস্য বলোৰাম নাথে ১৫ আগষ্টত তেওঁৰ এই চাইকেল যাত্ৰা আৰম্ভ কৰি ১৫ দিনৰ পিচত বোকাখাতত উপস্থিত হয় ৷

যোৱা নিশা বোকাখাতত উপস্থিত হোৱা চাইকেল আৰোহী বলোৰাম নাথক বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত আদৰণি জনোৱা হয় ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৰিচালনাত আয়োজিত এক বিশেষ সভাত বোকাখাত পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ প্ৰাঞ্জল বৰুৱাই এখন গামোচাৰে চাইকেল আৰোহী বলেৰাম নাথক বোকাখাতলৈ আদৰণি জনায় ৷

লগতে পঢ়ক: শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত দ’ খাৱৈত বাগৰি দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছ; আহত কেইবাজনো যাত্ৰী

Apply Now

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াও উপস্থিত থাকে ৷

আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নমামি ব্ৰহ্মপুত্ৰ, নমামি গংগা শীৰ্ষক এই চাইকেল যাত্ৰাৰ সময়ত বলেৰাম নাথে বিভিন্ন স্থানত পথ সভা পাতি জনসাধাৰণৰ মাজত কন্যা সন্তানৰ অধিকাৰ, নিৰাপত্তা, শিক্ষা আৰু বাল্য বিবাহ বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক: Gautam Adani: ২০২২ চনত উপাৰ্জন ৪.৭৯ লাখ কোটি! বিশ্বৰ তৃতীয় ধনী ব্যক্তি এতিয়া গৌতম আদানি

নিশাটো বোকাখাতৰ আৱৰ্ত ভৱনত কটাই বলোৰাম নাথে আজি পুৱাতেই মৰিয়নী হৈ পৰশুৰাম কুণ্ডলৈ বুলি চাইকেল যাত্ৰা আৰম্ভ কৰে ৷

উল্লেখ্য যে তৃতীয়বাৰৰ বাবে চাইকেল যাত্ৰা কৰা বলোৰাম নাথে তেওঁ শৈশৱ কালত মৰিয়ণিৰ ৰেল’ৱে স্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ বায়ুসেনা বিভাগৰ বিষয়া হিচাবে কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ শিলিগুৰিতে শিক্ষকতা আৰম্ভ কৰি শিলিগুৰিতে নিগাজীকৈ থাকিবলৈ লোৱাৰ লগতে কন্যা সন্তানৰ সুৰক্ষা আৰু শিক্ষাৰ বাবে কাম আৰম্ভ কৰে ৷

লগতে পঢ়ক: Fight in Flight: মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট; অৱশেষত দুজনেই নিলম্বিত

পশ্চিম বংগৰ সুন্দৰবন এলেকাতো তেওঁ বাল্য বিবাহ বন্ধ কৰা আৰু কন্যা সন্তানৰ সুৰক্ষাৰ বাবে কাম কৰি আছে ৷ গাংগা সাগৰৰ পৰা চলোৱা তেওঁৰ এই চাইকেল যাত্ৰাৰ সময়ত বলোৰাম নাথে মুঠ ২৪০০ ৰো অধিক কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰিব ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd