• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰাস্ত বাইচুং: সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত কল্যাণ চৌবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2022 5:25 pm
AIFF New president Kalyan Chaubey
133
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটাই আজি নিৰ্বাচিত হ’ল সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নতুন সমিতি। দেশৰ সৰ্বোচ্চ ফুটবল সংস্থাটোৰ ৮৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰাক্তন ফুটবলাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ শীৰ্ষ পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত প্ৰাক্তন ফুটবলাৰ কল্যাণ চৌবেয়ে ভাৰতীয় ফুটবলৰ কিংবদন্তি ভাইচুং ভূটীয়াক পৰাস্ত কৰে।

মোহন বাগান আৰু ইষ্ট বেংগলৰ প্ৰাক্তন গ’লৰক্ষক ৪৫ বছৰীয়া চৌবে নিৰ্বাচনত ৩৩-১ ভোটৰ ব্যৱধানত জয়ী হৈ এ আই এফ এফ- ৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয়।

ৰাজ্যিক সংগঠনৰ প্ৰতিনিধিৰে গঠিত ৩৪ জনীয়া ভোটাৰৰ মাত্ৰ এগৰাকীৰহে ভোট লাভ কৰে ভূটীয়াই। নিৰ্বাচনত বাইচুং ভূটীয়াই নিজ ৰাজ্য ছিকিমৰ ৰাজ্যিক ফুটবল সংস্থাৰো সমৰ্থন লাভত বিফল হয়।

উল্লেখ্য যে নৱনিযুক্ত সভাপতি কল্যাণ চৌবে বৰ্তমান এগৰাকী বিজেপি নেতা। বিগত সংসদীয় নিৰ্বাচনত চৌবেই পশ্চিম বংগৰ কৃষ্ণনগৰ আসনৰ পৰা প্ৰতিদ্বন্দীতা কৰিছিল যদিও পৰাস্ত হৈছিল।

ভাৰতীয় ক্লাৱ ফুটবলৰ দুই জনপ্ৰিয় ক্লাৱ মোহন বাগান আৰু ইষ্ট বেংগলৰ প্ৰাক্তন গ’লৰক্ষক চৌবেই অৱশ্যে ভাৰতৰ জাতীয় দলৰ হৈ আন্ত:ৰাষ্ট্ৰীয় মেচত অংশ লোৱাৰ সুযোগ পোৱা নাছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd