• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত গাওঁ এলেকাত উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 5, 2022 5:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত জিলা উপায়ুক্ত নবদ্বীপ পাঠকে বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷ এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে উপায়ুক্ত নবদ্বীপ পাঠকে।মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত অনুষ্ঠিত এই সভাত জিলাখনত মহিলা আৰু শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰি পৰিপুষ্টিপ্ৰাপ্ত কৰিবলৈ উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, অসম গ্ৰামীণ জীৱিকা মিছন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন বিভাগ, পশুপালন, কৃষি আদি বিভাগৰ লগত সমন্বিতভাৱে কাম কৰিবলৈ আহ্বান জনায়।

স্বাস্থ্য বিভাগৰ লগত অভিযান চলাই মহিলাৰ ৰক্তহীনতা দূৰীকৰণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে মহিলা আৰু শিশুৰ বাবে বিশুদ্ধ পানী যোগানৰ জৰিয়তে বিভিন্ন ৰোগৰ পৰা তেওঁলোকক মুক্ত কৰা, অসম গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে মহিলাৰ আৰ্থিক স্বাৱলম্বন নিশ্চিত কৰি নিজৰ আৰু শিশুৰ স্বাস্থ্য অটুট ৰখা, পঞ্চায়তৰ জৰিয়তে সমাজৰ মহিলা আৰু কিশোৰী তথা শিশুৰ পৰিপুষ্টি সম্পৰ্কত সজাগ কৰা, বন বিভাগৰ সহায়ত অঙ্গনৱাডী কেন্দ্ৰ চৌহদত ফল-মূলৰ বৃক্ষৰোপণ কৰা,পশুপালনৰ জৰিয়তে খাদ্যপ্ৰাণযুক্ত খাদ্য সুলভ কৰা আদি কামৰ জৰিয়তে আমি মহিলা তথা শিশুসকলক অপুষ্টিমুক্ত কৰিব পাৰো বুলি উপায়ুক্ত পাঠকে উল্লেখ কৰে।

Apply Now

সভাৰ আৰম্ভণিতে পোষণ অভিযানৰ জিলা সমন্বয়ক জিতেন্দ্ৰ দাসে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্দেশ্য আৰু লক্ষ্য দাঙি ধৰে। তেওঁ কয় যে এই বছৰৰ পোষণ মাহৰ বিষয়বস্তু হৈছে-মহিলা সবলীকৰণ, শিক্ষিত শিশু আৰু স্বাস্থ্যৱান ভাৰত (Women Empowerment, Literate Child, Healthy India)। সভাৰ পূৰ্ৱে উপায়ুক্ত কাৰ্যালয় চৌহদত গাঁও এলেকাতে সহজলভ্য খাদ্যপ্ৰাণযুক্ত খাদ্যৰ প্ৰদৰ্শনী এখন মুকলি কৰে উপায়ুক্ত নবদ্বীপ পাঠকে।

পোষণ মাহৰ শুভাৰম্ভণি সভাত অতিৰিক্ত উপায়ুক্ত জেনিফাৰ ইয়াচমিন চৌধুৰী,সহকাৰী আয়ুক্ত শ্যামাশ্ৰী শইকীয়া, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়া (ভাৰপ্ৰাপ্ত) ধীৰাজ তালুকদাৰ, ডাংতল শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্ণিমা মহন্ত, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰ, জিলাখনৰ মুখ্য সেৱিকাসকল, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক (ভাৰপ্ৰাপ্ত)জোৎস্না ৰাণী বৰ্মণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আই ই চি কনচালটেন্ট ভনিতা দেৱী আৰু পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰৰ স্বাস্থ্য বিষয়া উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd