• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিৰোধী ঐক্যৰ পোষকতা; দলৰ কৰ্মীসকলক যুঁজৰ বাবে সাজু হ’বলৈ আহ্বান শৰদ পাৱাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2022 10:38 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাজনো বিৰোধী নেতা কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিৰীক্ষণত থকাৰ সময়তো এনচিপিৰ সভাপতি শৰদ পাৱাৰে দেওবাৰে কয় যে তেওঁৰ দলে কেতিয়াও “দিল্লীৰ শাসকসকলৰ” সন্মুখত আত্মসমৰ্পণ নকৰে।তেওঁ গেৰুৱা দলটোক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ অ-বিজেপি দলসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনায়।

দিল্লীত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) অষ্টম ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি পাৱাৰে বৰ্ধিত মুদ্ৰাস্ফীতি, নিবনুৱা, কৃষকসকলৰ প্ৰতিবাদৰ মোকাবিলা আৰু দেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে “ঘৃণা বিয়পোৱা”ৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

লগতে পঢ়ক: মেঘালয়ত কাৰাগাৰৰ পৰা পলায়ন কৰা ৬ অপৰাধীৰ ভিতৰৰ ৪জনৰ গণ প্ৰহাৰত মৃত্যু

Apply Now

ৰাজ্যসভাৰ ৮১ বছৰীয়া সদস্যগৰাকীয়ে দলীয় কৰ্মীসকলক উদ্দেশ্যি কয়, “আমি বৰ্তমানৰ চৰকাৰক গণতান্ত্ৰিকভাৱে প্ৰত্যাহ্বান জনাব লাগিব, যিয়ে ধন-ক্ষমতাৰ বলত প্ৰৱৰ্তন সঞ্চালকালয়, চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে। আমি যুঁজৰ বাবে সাজু থাকিব লাগিব।”

ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ফাৰুক আব্দুল্লা, পি চিদাম্বৰম, কাৰ্তি চিদাম্বৰম, সঞ্জয় ৰাউত, নৱাব মালিক, অভিষেক বেনাৰ্জী, সতীন্দ্ৰ জৈন, মনীষ চিছোদিয়াকে ধৰি বিভিন্ন দলৰ বিৰোধী নেতাসকল কেন্দ্ৰীয় সংস্থাসমূহৰ নিৰীক্ষণৰ অধীনত আছে।

যদিও প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে দাবী কৰিছে যে তেওঁলোকে কৰা অনিয়মৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰা হৈছে, বিৰোধীয়ে কিন্তু এই কাৰ্যক ৰাজনৈতিক প্ৰতিহিংসা বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে

পাৱাৰে সন্মিলন অনুষ্ঠিত হোৱা তালকাটোৰা ইণ্ডোৰ ষ্টেডিয়ামৰ সেই স্থানটোৰ তাৎপৰ্যৰ উল্লেখ কৰি কয়, “এই ঠাইতে বাজিৰাও পেশ্বৱাই ১৭৩৭ চনত তেওঁৰ সেনাৰ সৈতে শিবিৰ পাতিছিল আৰু দিল্লীৰ শাসকসকলক প্ৰত্যাহ্বান জনাইছিল।”

বৰ্ষীয়ান নেতাগৰাকীয়ে তেওঁৰ দলৰ কৰ্মীসকলক সমভাৱাপন্ন দলসমূহৰ সৈতে ৰণনীতি প্ৰস্তুত কৰিবলৈ আৰু সাধাৰণ মানুহক প্ৰভাৱিত কৰা বিষয়বোৰৰ ওপৰত যৌথ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তথা বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

ইপিনে, সংবাদ মাধ্যমক অৱগত কৰি এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল পেটেলে কয় যে বিৰোধী শক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ পাৱাৰক বিশেষভাৱে আগবঢ়াই দিয়া হৈছে।

লগতে পঢ়ক: Divorce Party: বন্ধন মুক্তিৰ উৎসৱ! ১৮ ব্যক্তিয়ে নাচি-বাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ

এনচিপিৰ ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকি জ্যেষ্ঠ নেতা পি চি চাকো, ছগন ভুজবল, সুপ্ৰিয়া চুলে, জয়ন্ত পাটিল, অমল কোলহে আৰু ফৌজিয়া খানেও ভাষণ আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd