• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬০ গৰাকী ছাত্ৰীৰ গা ধোৱা ভিডিঅ’ ভাইৰেল! উত্তাল বিশ্ববিদ্যালয়ৰ হোষ্টেল চৌহদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2022 11:34 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Objectionable videos of 60 women students পুৱতি নিশা প্ৰায় ২.৩০ বজাতেই চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেল চৌহদত উত্তাল পৰিৱেশৰ সৃষ্টি হয়। বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৬০ গৰাকী ছাত্ৰীয়ে গা ধোৱাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে। ছাত্ৰীসকলে দেওবাৰে পুৱতি নিশাই ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হ’ব লগা হয়।

অভিযোগ কৰা হৈছে যে হোষ্টেলৰ এগৰাকী ছাত্ৰীয়ে এই ভিডিঅ’বোৰ কৰিছিল। তাৰপিছত  ভিডিঅ’টো চিমলাৰ পৰা এটা ল’ৰালৈ প্ৰেৰণ কৰা হৈছিল। সেই ল’ৰাটোৱেই ছাত্ৰীসকলে গা ধোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল।

অভিযুক্ত ছাত্ৰীগৰাকীৰ বিৰুদ্ধে আইপিচি আৰু আইটি আইনৰ ৩৫৪চি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত ছাত্ৰীগৰাকী এমবিএৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি আছে।

Apply Now

ইপিনে, ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত দাবী কৰা হৈছে যে যিসকল ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল হৈছে তেওঁলোকৰ বহুতে আত্মহত্যাৰ চেষ্টা কৰিছে। আৰক্ষীয়ে অৱশ্যে দাবী কৰিছে যে কোনো আত্মহত্যাৰ চেষ্টাৰ খবৰ পোৱা হোৱা নাই বা কাৰো মৃত্যু হোৱা নাই।

Protest breaks out in Chandigarh University after someone secretly recorded videos of girls from hostel bathroom and leaked them online. University administration is trying to muzzle the protest, according to a student : @PunYaab

https://t.co/BIi1jTBPCN

— Yogita Bhayana योगिता भयाना (@yogitabhayana) September 17, 2022

আনহাতে, শনিবাৰে নিশা চৌহদত হুলস্থুলৰ সৃষ্টি হোৱাৰ পিছত শ শ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহে। পুৱাৰ ভাগত প্ৰতিবাদ কৰা ছাত্ৰীসকলৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কেইবাটাও সামাজিক মাধ্যমৰ পোষ্টত অভিযোগ কৰা হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গোটেই বিষয়টো ঢাকিবলৈ চেষ্টা কৰি আছে।

#justiceforgirls @ANI @ABPNews @ZeeNews @aajtak One girl made bathing video of 50-60 girl of Chandigarh University LC Hostel and send it to their boyfriend and share it on porn site and after that 3-4 girls make sucide attempt after knowing their video is viral @PunjabPoliceInd pic.twitter.com/5pqbYG0QVz

— Aman Tiwari (@aman_tiwari8) September 18, 2022

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তাৰমাজতে ঘটনাৰ সৈতে জড়িত আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত এগৰাকী ছাত্ৰীক কোৱা শুনা গৈছে যে তেওঁ এই গা-ধোৱাৰ ভিডিঅ’ প্ৰকাশ কৰিছে। তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে।

I humbly request all the students of Chandigarh University to remain calm, no one guilty will be spared.

It’s a very sensitive matter & relates to dignity of our sisters & daughters.

We all including media should be very very cautious,it is also test of ours now as a society.

— Harjot Singh Bains (@harjotbains) September 18, 2022

ইপিনে, পঞ্জাৱৰ শিক্ষা মন্ত্ৰী হৰজ্যোত সিং বেন্সে আন্দোলনকাৰী ছাত্ৰীসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনাইএ। তেওঁ কয়, “এইটো এটা অতি সংবেদনশীল বিষয়। এইটো আমাৰ ভগ্নী আৰু কন্যাসকলৰ মৰ্যাদাৰ সৈতে সম্পৰ্কিত। সংবাদ মাধ্যমকে ধৰি আমি সকলোৱে এই বিষয়ে অতি সাৱধান হোৱা উচিত। এতিয়া এইটো এখন সমাজ হিচাপে আমাৰ বাবে এক পৰীক্ষা।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd