• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত “গণতন্ত্ৰৰ সংকট: বৈশ্বিক প্ৰেক্ষাপটত ভাৰত” শীৰ্ষক বক্তৃতা দিব প্ৰসিদ্ধ শিক্ষাবিদ ডঃ প্ৰতাপ ভানু মেহতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 2:54 pm
২০১৯ বৰ্ষত   ব্ৰজমোহন শৰ্মা স্মাৰক  বক্তৃতা প্ৰদানৰ সময়ত ডঃ অৰূপ কুমাৰ দত্ত। ফাইল ফটো।

২০১৯ বৰ্ষত ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতা প্ৰদানৰ সময়ত ডঃ অৰূপ কুমাৰ দত্ত। ফাইল ফটো।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নীতি আৰু গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ ফেলো তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ড০ প্ৰতাপ ভানু মেহতাই ১৮ সংখ্যক ব্ৰজামোহন শৰ্মা স্মাৰক বাৰ্ষিক বক্তৃতা প্ৰদান কৰিব।

“গণতন্ত্ৰৰ সংকট: বৈশ্বিক প্ৰেক্ষাপটত ভাৰত” (The Crisis of Democracy: India in a Global Context) শীৰ্ষক এই বক্তৃতাটো অহা ২৫ছেপ্টেম্বৰ দেওবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত প্ৰদান কৰিব।

সাধাৰণ নাগৰিক আৰু বিশেষকৈ সমাজৰ নিপীড়িত লোকসকলৰ সৈতে সম্পৰ্কিত সমসাময়িক বিষয়বোৰৰ ওপৰত জনমত সংগ্ৰহ কৰি জন সচেতনতা সৃষ্টিত ব্রতী গুবাহাটি উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন অধিবক্তা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ধ্বজা বাহক স্বৰ্গীয় ব্ৰজমোহন শৰ্মাৰ স্মৃতিত প্ৰতি বছৰে এনে বক্তৃতাৰ আয়োজন কৰা হয়।

Apply Now

ব্ৰজমোহন শৰ্মা স্মাৰক ন্যাসে ২০০৪ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা এই বাৰ্ষিক বক্তৃতা অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে। এইবাৰ এইটো এনেকুৱা ১৮ তম বক্তৃতা অনুষ্ঠান হ’ব।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰভাত পাটনায়কে ২০০৫ চনত শৃংখলাটোৰ প্ৰথমটো বক্তৃতা “ন্যায়পালিকা আৰু জনসাধাৰণৰ সবলীকৰণ” প্ৰদান কৰিছিল।

এই বক্তৃতা শৃংখলাটোত সীতাৰাম য়েচুৰী, অধ্যাপক জয়তী ঘোষ, অধ্যাপক মালিনী ভট্টাচাৰ্য, বৃন্দা কাৰাটৰ সিদ্ধাৰ্থ বৰদৰাজন, অধ্যাপক মনোৰঞ্জন মহান্তি, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ধীৰেশ নাৰায়ণ চৌধুৰী, পেট্ৰিচিয়া মুখিম, ড০ হীৰেন গোহাঁই, ড০ অমৰজ্যোতি চৌধুৰী, অধ্যাপক এমিৰিটাছ উৎসা পাটনায়ক, প্ৰখ্যাত সাংবাদিক পি. চাইনাথ, ডঃ অৰূপ কুমাৰ দত্ত, ডঃ উদয়ন মিশ্ৰ আৰু ডঃ অপুৰ্ব কুমাৰ বৰুৱাৰ দৰে বহুতো উজ্বল ব্যক্তিত্বই বক্তৃতা প্ৰদান কৰিছে।

বক্তৃতানুষ্ঠানত প্ৰৱেশ বিনামূলীয়া আৰু ট্ৰাষ্টে সকলো সংশ্লিষ্ট তথা আগ্ৰহী লোকক বক্তৃতাটোত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd