• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৱেদনৰ সৈতে দাখিল ‘অতি আপত্তিজনক’ ফটো; অধিবক্তাক মোটা অংকৰ জৰিমনা আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 12:05 pm
বোম্বে হাইকোৰ্ট।

বোম্বে হাইকোৰ্ট।

154
VIEWS
Share on FacebookShare on Twitter

Bombay HC fines advocate বোম্বাই উচ্চ ন্যায়ালয়ে এজন অধিবক্তাক ধৰ্ষণৰ গোচৰ বাতিল কৰাৰ বাবে কৰা আবেদনৰ লগত “অতি আপত্তিজনক” ফটোআলোকচিত্ৰ দাখিল কৰাৰ বাবে জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু এছ এম মোদকৰ এখন খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে আবেদনকাৰীৰ অধিবক্তাই আবেদনৰ সৈতে “অত্যন্ত আপত্তিজনক” আলোকচিত্ৰ দাখিল কৰাৰ সময়ত “বিচক্ষণতা প্ৰদৰ্শন কৰা নাই”।

ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে তেওঁক দুসপ্তাহৰ ভিতৰত ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে ৭ অক্টোবৰত গোচৰটোৰ ৰায় প্ৰদান কৰিছিল। অৱশ্যে গোচৰটোৰ ৰায় সোমবাৰে ৱেবছাইটত প্ৰকাশ কৰা হয়।

লগতে পঢ়ক: বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ

জানিব পৰা মতে, এজন ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযুক্তৰ পত্নীয়ে গোচৰটো বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰিছিল। সেই আৱেদনখনৰ লগত এখন ‘আপত্তিজনক’ ছবি আছিল।

এই সন্দৰ্ভত আদালতৰ খণ্ড বিচাৰপীঠখনে কয়, “অধিবক্তাসকলে বুজি পোৱাত ব্যৰ্থ হৈছে যে এই আৱেদনসমূহ ৰেজিষ্ট্ৰীৰ আগত দাখিল কৰা হয়। সেইবোৰ বিভিন্ন বিভাগত হাত সলনি হৈ আহি আমাৰ হাতত পৰে। এই ছবিখনৰ সৈতে জড়িত লোকসকলৰ গোপনীয়তা হ্ৰাস কৰা হৈছে কিয়নো সকলোবোৰ সকলোৰে আগত প্ৰকাশ হৈ গৈছে।‘’

বিচাৰপীঠখনে লগতে এইটোও উল্লেখ কৰে যে এনে আলোকচিত্ৰসমূহক আৱেদনৰ সৈতে সংযুক্ত কৰিলে সংশ্লিষ্ট ব্যক্তিজনৰ গোপনীয়তাৰ অধিকাৰ হ্ৰাস হয়। ন্যায়াধীশে ছবিখন তৎক্ষণাৎ আৱেদনৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: এইবাৰ কি হ’ব! ৰাছিয়াৰ মিছাইল আক্ৰমণকলৈ উত্তেজনাৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা নাটোৰ

আদালতে কয়, “আমি আশা কৰোঁ যে আৱেদনৰ সৈতে অত্যন্ত আপত্তিজনক আলোকচিত্ৰ দাখিল কৰাৰ সময়ত সকলো অধিবক্তাই কিছু বিচক্ষণতা প্ৰদৰ্শন কৰিব। অধিবক্তাৰ উক্ত আচৰণৰ বাবে কিৰিটিকাৰ আইন পুথিভঁৰালত দুসপ্তাহৰ ভিতৰত ২৫,০০০ টকাৰ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিছো।”

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd