• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৱেদনৰ সৈতে দাখিল ‘অতি আপত্তিজনক’ ফটো; অধিবক্তাক মোটা অংকৰ জৰিমনা আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 12:05 pm
বোম্বে হাইকোৰ্ট।

বোম্বে হাইকোৰ্ট।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Bombay HC fines advocate বোম্বাই উচ্চ ন্যায়ালয়ে এজন অধিবক্তাক ধৰ্ষণৰ গোচৰ বাতিল কৰাৰ বাবে কৰা আবেদনৰ লগত “অতি আপত্তিজনক” ফটোআলোকচিত্ৰ দাখিল কৰাৰ বাবে জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু এছ এম মোদকৰ এখন খণ্ড বিচাৰপীঠে মন্তব্য কৰে যে আবেদনকাৰীৰ অধিবক্তাই আবেদনৰ সৈতে “অত্যন্ত আপত্তিজনক” আলোকচিত্ৰ দাখিল কৰাৰ সময়ত “বিচক্ষণতা প্ৰদৰ্শন কৰা নাই”।

ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে তেওঁক দুসপ্তাহৰ ভিতৰত ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে ৭ অক্টোবৰত গোচৰটোৰ ৰায় প্ৰদান কৰিছিল। অৱশ্যে গোচৰটোৰ ৰায় সোমবাৰে ৱেবছাইটত প্ৰকাশ কৰা হয়।

লগতে পঢ়ক: বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ

Apply Now

জানিব পৰা মতে, এজন ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযুক্তৰ পত্নীয়ে গোচৰটো বাতিল কৰিবলৈ এখন আবেদন দাখিল কৰিছিল। সেই আৱেদনখনৰ লগত এখন ‘আপত্তিজনক’ ছবি আছিল।

এই সন্দৰ্ভত আদালতৰ খণ্ড বিচাৰপীঠখনে কয়, “অধিবক্তাসকলে বুজি পোৱাত ব্যৰ্থ হৈছে যে এই আৱেদনসমূহ ৰেজিষ্ট্ৰীৰ আগত দাখিল কৰা হয়। সেইবোৰ বিভিন্ন বিভাগত হাত সলনি হৈ আহি আমাৰ হাতত পৰে। এই ছবিখনৰ সৈতে জড়িত লোকসকলৰ গোপনীয়তা হ্ৰাস কৰা হৈছে কিয়নো সকলোবোৰ সকলোৰে আগত প্ৰকাশ হৈ গৈছে।‘’

বিচাৰপীঠখনে লগতে এইটোও উল্লেখ কৰে যে এনে আলোকচিত্ৰসমূহক আৱেদনৰ সৈতে সংযুক্ত কৰিলে সংশ্লিষ্ট ব্যক্তিজনৰ গোপনীয়তাৰ অধিকাৰ হ্ৰাস হয়। ন্যায়াধীশে ছবিখন তৎক্ষণাৎ আৱেদনৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: এইবাৰ কি হ’ব! ৰাছিয়াৰ মিছাইল আক্ৰমণকলৈ উত্তেজনাৰ মাজতে পাৰমাণৱিক অস্ত্ৰ অনুশীলনৰ ঘোষণা নাটোৰ

আদালতে কয়, “আমি আশা কৰোঁ যে আৱেদনৰ সৈতে অত্যন্ত আপত্তিজনক আলোকচিত্ৰ দাখিল কৰাৰ সময়ত সকলো অধিবক্তাই কিছু বিচক্ষণতা প্ৰদৰ্শন কৰিব। অধিবক্তাৰ উক্ত আচৰণৰ বাবে কিৰিটিকাৰ আইন পুথিভঁৰালত দুসপ্তাহৰ ভিতৰত ২৫,০০০ টকাৰ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd