• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলৰ দাম হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত তীব্ৰ হেঁচা পশ্চিমীয়া দেশৰ, হেঁচা নামানে পুটিনে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 13, 2022 4:36 pm
117
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন যুদ্ধৰ গইনালৈ পশ্চিমীয়া দেশসমূহে এতিয়া তেলৰ দাম হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু পশ্চিমীয়া দেশৰ তেনে হেঁচাত সেওঁ মানিবলৈ সন্মত হোৱা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ইউৰোপৰ প্ৰায়ভাগ দেশেই ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছিল।

বিশ্বৰ পেট্ৰ’লজাত সামগ্ৰী উৎপাদন কৰা অন্যতম দেশ ৰাছিয়াৰ পৰা বিশ্বৰ বহু দেশে তেল আমদানি কৰি আহিছিল। কিন্তু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ পিছৰে পৰা বহু দেশে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বন্ধ কৰিছে। এনে পৰিস্থিতিত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাছিয়া। বিষম পৰিস্থিতিৰ মাজতো সেওঁ মানিব বিচৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

পুটিনে স্পষ্ট কৰি দিছে যে কোনো পৰিস্থিতিতে ৰাছিয়াই কম দামত তেল বিক্ৰী নকৰে। বিশ্বব্যাপী বিক্ৰী হোৱা ৰাছিয়াৰ তেলৰ মূল্যৰ সীমা নিৰ্ধাৰণৰ বিষয়ে জি-৭ দেশসমূহে আলোচনা কৰি থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে কয় যে মস্কোৱে কম মূল্যত তেল বিক্ৰী নকৰে। পুটিনে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম – আৰটিৰ দ্বাৰা আয়োজিত ৰাছিয়ান শক্তি সপ্তাহ ২০২২ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, “মই কওঁ যে ৰাছিয়াই আমাৰ নিজৰ লাভালাভৰ বিৰুদ্ধে গৈ কাম নকৰে, আমি কম দামত তেল বা গেছ বিক্ৰী কৰি আমাৰ স্থিতি অৱনমিত নকৰো। আমি আনে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি তেল বিক্ৰী নকৰোঁ আৰু আমাৰ বাবে ক্ষতিকৰ কাম নকৰোঁ।”

উল্লেখ্য পশ্চিমীয়া দেশবোৰে ৰাছিয়াক দেশ খনৰ ৰাজহৰ মুখ্য উৎস ‘তেল’ৰ ক্ষেত্ৰত আমদানি বন্ধ কৰি চাপৰ সৃষ্টি কৰিব বিচাৰিছে।
মাৰ্কিন ৰাষ্ট্ৰপতি বিডেন আৰু ইউৰোপীয় নেতাসকলে গেছ’লিনৰ মূল্য হ্ৰাস কৰিবলৈ ৰাছিয়াৰ ওপৰত চাপ দি আহিছে। তেওঁলোকে ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ৰাছিয়াক শাস্তি দিবলৈ আন দেশসমূহক তেলৰ উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd