• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু মূলৰ তুলসী গাবাৰ্ডৰ পদত্যাগে কি সূচাইছে? বৰ্ণ বৈষম্যৰ মনোভাবে গ্ৰাস কৰিছে নেকি আমেৰিকাৰ ডেম’ক্ৰেটিক দলক!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 20, 2022 7:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই হওঁক বা আন কোনো পশ্চিমীয়া দেশেই হওঁক, বৰ্ণবৈষম্যই এতিয়া বহুতৰে জীৱন বিপন্ন কৰি তুলিছে। আমেৰিকাত বাস কৰা ভাৰতীয়মূলৰ বহুলোক ইতিমধ্যে দেশ খনত বৰ্ণ বৈষম্যৰ চিকাৰ হ’বলগীয়া হৈছে। শেহতীয়াকৈ খোদ ডাম’ক্ৰেটিক দলৰেই নেত্ৰী তথা মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰাক্তন প্ৰাৰ্থী তুলসী গাবাৰ্ডেও স্পষ্ট ভাবে বৰ্ণ বৈষম্যৰ প্ৰসংগ উত্থাপন কৰি দলটোৰ পৰা পজত্যাগ কৰিছে।

ইয়াৰ পিছতে গাবাৰ্ডে আনকি হিটলাৰৰ সৈতে মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনক তুলনা কৰিছে । বৰ্ণ বৈষম্যৰ বাবেই হয়তো শেহতীয়াকৈ ডেমক্ৰেটিক পাৰ্টিত ফাঁট মেলা পৰিলক্ষিত হৈছে। দলটোৰ প্ৰভাৱশালী নেত্ৰী তুলসী গাবাৰ্ডে হঠাতে পদত্যাগ কৰাৰ কথাই এতিয়া মাৰ্কিন ৰাজনীতত জোকাৰণি তুলিছে। গাবাৰ্ড ২০২০ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান প্ৰাৰ্থী আছিল।

Apply Now

প্ৰাক্তন কংগ্ৰেছী মহিলা আৰু ২০২০ চনত হোৱাইট হাউছৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু আমেৰিকান তুলসী গাবাৰ্ডে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনক এডলফ হিটলাৰৰ সৈতে তুলনা কৰাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শাসনাধিষ্ঠিত ডেমক্ৰেটিক পাৰ্টিৰ পৰা প্ৰস্থান কৰাৰ পিছতে গাবাৰ্ডে বিডেনৰ বিৰুদ্ধে এনে মন্তব্য কৰে।

মানচেষ্টাৰৰ এখন চহৰত অনুষ্ঠিত বোল্ডুক টাউন হল অনুষ্ঠানত ভাষণ দি হাৱাইৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে কয় যে তেওঁ “সম্পূৰ্ণ নিশ্চিত যে বিডেন আৰু হিটলাৰ দুয়োৰে মাজত আধিপত্যবাদী আচৰণক ন্যায়সঙ্গত কৰাৰ চেষ্টা অব্যাহত আছে। “। গাবাৰ্ডে কয় ” আনকি হিটলাৰেও ভাবিছিল যে তেওঁ জাৰ্মানীৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰি আছে। একেদৰেই চিন্তা কৰিছে বিডেনেও। এয়া আমাৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি” ।

গাবাৰ্ডে ডেম’ক্ৰেটিক দলটোক ” অভিজাত দল” বুলি আখ্যা দি পদত্যাগ কৰিছিল। যোৱা ২০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছী মহিলাগৰাকী দলটোৰ এগৰাকী অন্যতম সদস্যা আছিল। “মই আৰু আজিৰ ডেম’ক্ৰেটিক পাৰ্টিত থাকিব নোৱাৰো। যিটো দল এতিয়া কাপুৰুষৰ দ্বাৰা পৰিচালিত হৈ আছে।

যিসকলে প্ৰতিটো বিষয়ক বৰ্ণবাদ কৰি আমাক বিভক্ত কৰে । গাবাৰ্ডে এটা ভিডিঅ’ত ‘বৰ্ণবাদ,’ শিৰোনাম দি ৰাজহুৱা কৰিছে। ভিডিঅ’টোত তেওঁ এইদৰে কৈছিল : “আজিৰ ডেম’ক্ৰেটসকলে প্ৰতিটো বিষয়ক বৰ্ণবিদ্বেষ কৰি বিভক্ত কৰে আৰু আমাৰ সংবিধানত সন্নিবিষ্ট আমাৰ ঈশ্বৰ-প্ৰদত্ত স্বাধীনতাক ক্ষুণ্ণ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে। আজিৰ ডেমোক্ৰেটসকল বিশ্বাস আৰু আধ্যাত্মিকতাত বিশ্বাসী লোকসকলৰ প্ৰতি বিদ্বেষী হৈ পৰিছে। তেওঁলোকে আৰক্ষীক বিভ্ৰান্ত কৰে অপৰাধীসকলক সুৰক্ষা দিয়ে। সৰ্বোপৰি, আজিৰ ডেমক্ৰেটসকলে আমাক পাৰমাণৱিক যুদ্ধৰ পৰিবেশৰ মাজলৈ টানি নিছে”।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd