• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাগ্য উদয় হ’বনে ঋষি চুনাকৰ? ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আৰু আছে কোন কোন ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 21, 2022 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিগ্ৰস্ত নেতা তথা যৌন কেলেংকাৰীত অভিযুক্ত মন্ত্ৰী পদ যাঁচি অৱশেষত পদত্যাগেই কৰিবলগীয়া হৈছিল বৰিছ জনছনে। ভুল অৰ্থনৈতিক নীতিৰে জনতাক কৰৰ বোজা জাপি দি পদত্যাগ কৰিবলগীয়া হৈছে ব্ৰিছেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে। এনে ঘটনা-পৰিঘটনাৰ মাজতে চৰ্চা চলিছে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব? এইবাৰ পুনৰ চৰ্চালৈ আহিছে ভাৰতীয় মূলৰ ঋষি চুনাকৰ নাম।

লিজ ট্ৰাছৰ হাতত তেওঁ বিপুল ভোটৰ ব্যৱধানত পৰাজিত হৈছিল যদিও ব্ৰিটেইনৰ ৰাজনীতিত আজিৰ তাৰিখতো সবাতোকৈ বেছি প্ৰাসংগিক হৈ আছে ঋষি চুনাক ।বৃহস্পতিবাৰে দেশ খনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে আনুষ্ঠানিকভাবে পদত্যাগ কৰে । কনজাৰ্ভেটিভ পাৰ্টিৰ নেতাগৰাকীয়ে কয় যে তেওঁ ৰজা চাৰ্লছ তৃতীয়ৰ সৈতে তেওঁৰ পদত্যাগৰ বিষয়ে কথা পাতিছিল আৰু টৰীৰ নেতৃত্ব নিৰ্বাচনৰ দায়িত্বত থকা ১৯২২ চনৰ সমিতিৰ অধ্যক্ষ ছাৰ গ্ৰাহাম ব্ৰেডীকো লগ কৰিছিল।

Apply Now

দেশৰ অৰ্থনৈতিক স্থিৰতা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত উত্তৰাধিকাৰী বাছনি নোহোৱালৈকে ট্ৰাছ প্ৰধানমন্ত্ৰী হিচাপে থাকিব বুলিও ঘোষণা কৰিছে।

ট্ৰাছে কয় যে তেওঁ শাসনলৈ আহিছিল কিয়নো দেশখনে যথেষ্ট অনিশ্চয়তাৰ সন্মুখীন হৈছিল।কিন্তু তেওঁ হয়তো পৰিস্থি ভালদৰে চম্ভালিব নোৱাৰিলে। ইপিনে ট্ৰাছৰ পদত্যাগৰ পিছতে ব্ৰিটেইনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি চুনাক লিজ ট্ৰাছৰ উত্তৰাধিকাৰী হ’ব পাৰে বুলি চৰ্চা চলিছে। ভাৰতীয় বংশোদ্ভূত নেতাজন ৱেষ্টমিনষ্টাৰৰ ৰক্ষণশীল আইন প্ৰণেতাসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী আছিল । কিন্তু, ট্ৰাছৰ বিৰুদ্ধে তেওঁ প্ৰায় ১,৭০,০০০ ভোটত পৰাজিত হৈছিল।জুলাই মাহত চুনাকে পদত্যাগ কৰাৰ পিছতে দেশ খনৰ ৰাজনৈতিক ছবি খন সলনি হৈ গৈছিল।চুনাকে বিদ্ৰোহ আৰম্ভ কৰাত ব্ৰিটেইনৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী বৰিচন জনছনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

চুনাকৰ লগতে প্ৰধানমন্ত্ৰী হিচাবে নাম উচ্চাৰণ হৈছে পেনি মৰ্ডাণ্টৰো। পেনি মৰ্ডাণ্ট এগৰাকী প্ৰাক্তন প্ৰতিৰক্ষা সচিব।ব্ৰিটেইনে ইউৰোপীয় ইউনিয়ন এৰি অহাৰ তেওঁ সমৰ্থক আছিল । জেৰেমি হান্ট, বেন ৱালেচকো নতুন প্ৰধানমন্ত্ৰী দৌৰত থকা দেখা গৈছে।ট্ৰাছৰ অৰ্থনৈতিক কাৰ্যসূচী ভাঙি পৰাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিত্ত মন্ত্ৰীক বৰ্খাস্ত কৰিছিল আৰু সকলো ঠিক কৰিবলৈ প্ৰাক্তন স্বাস্থ্য আৰু বৈদেশিক মন্ত্ৰী জেৰেমি হান্টৰ ওপৰত ভৰসা কৰিছিল।।

জেৰেমি হাণ্টে কৈছে যে তেওঁ এই পদটো নিবিচাৰে,। উল্লেখ্য ২০১৯ চনত তেওঁ চূড়ান্ত ৰাউণ্ডত বৰিছ জনছনৰ হাতত পৰাজিত হৈছিল।ব্ৰিটেইনৰ প্ৰতিৰক্ষা সচিব বেন ৱালেছ হৈছে শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰা ওলাই অহা কেইজনমান মন্ত্ৰীৰ ভিতৰৰে এজন ।এজন প্ৰাক্তন সৈনিক ৱালেছ জনচন আৰু ট্ৰাছ দুয়োৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিল।হয়তো দুই এদিনতে স্পষ্ট হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব।কোন হঋষি চুনাক নে পেনি মৰ্ডাণ্ট: কোন হ’ব পাৰে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ?

নাটকীয় নহ’লেও বহুতে ভবাৰ ধৰণেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে আজি পদত্যাগ কৰিলে। দৰাচলতে ব্ৰিটেইনৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ট্ৰাছে গ্ৰহণ কৰা নীতিত অসন্তুষ্ট হৈ পৰিছিল বহুজন। ইয়াৰ বহিঃপ্ৰকাশ লাহে লাহে ঘটিবলৈ আৰম্ভ কৰিছিল। দেশ খনৰ গৃহমন্ত্ৰী পদত্যাগ কৰে চুৱেল্লা ব্ৰেভাৰমেনে পদত্যাগ কৰিছিল। একেদৰে পদত্যাগ কৰিছিল আনএগৰাকী মন্ত্ৰীয়েও।এনে পৰিস্থিতিত মন্ত্ৰীসভা ভংগ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছিল।
বৃহস্পতিবাৰে দেশ খনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে আনুষ্ঠানিকভাবে পদত্যাগ কৰে । কনজাৰ্ভেটিভ পাৰ্টিৰ নেতাগৰাকীয়ে কয় যে তেওঁ ৰজা চাৰ্লছ তৃতীয়ৰ সৈতে তেওঁৰ পদত্যাগৰ বিষয়ে কথা পাতিছিল আৰু টৰীৰ নেতৃত্ব নিৰ্বাচনৰ দায়িত্বত থকা ১৯২২ চনৰ সমিতিৰ অধ্যক্ষ ছাৰ গ্ৰাহাম ব্ৰেডীকো লগ কৰিছিল।

দেশৰ অৰ্থনৈতিক স্থিৰতা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত উত্তৰাধিকাৰী বাছনি নোহোৱালৈকে ট্ৰাছ প্ৰধানমন্ত্ৰী হিচাপে থাকিব বুলিও ঘোষণা কৰিছে।

ট্ৰাছে কয় যে তেওঁ শাসনলৈ আহিছিল কিয়নো দেশখনে যথেষ্ট অনিশ্চয়তাৰ সন্মুখীন হৈছিল।কিন্তু তেওঁ হয়তো পৰিস্থি ভালদৰে চম্ভালিব নোৱাৰিলে। ইপিনে ট্ৰাছৰ পদত্যাগৰ পিছতে ব্ৰিটেইনৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ঋষি চুনাক লিজ ট্ৰাছৰ উত্তৰাধিকাৰী হ’ব পাৰে বুলি চৰ্চা চলিছে। ভাৰতীয় বংশোদ্ভূত নেতাজন ৱেষ্টমিনষ্টাৰৰ ৰক্ষণশীল আইন প্ৰণেতাসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী আছিল । কিন্তু, ট্ৰাছৰ বিৰুদ্ধে তেওঁ প্ৰায় ১,৭০,০০০ ভোটত পৰাজিত হৈছিল।জুলাই মাহত চুনাকে পদত্যাগ কৰাৰ পিছতে দেশ খনৰ ৰাজনৈতিক ছবি খন সলনি হৈ গৈছিল।চুনাকে বিদ্ৰোহ আৰম্ভ কৰাত ব্ৰিটেইনৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী বৰিচন জনছনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

চুনাকৰ লগতে প্ৰধানমন্ত্ৰী হিচাবে নাম উচ্চাৰণ হৈছে পেনি মৰ্ডাণ্টৰো। পেনি মৰ্ডাণ্ট এগৰাকী প্ৰাক্তন প্ৰতিৰক্ষা সচিব।ব্ৰিটেইনে ইউৰোপীয় ইউনিয়ন এৰি অহাৰ তেওঁ সমৰ্থক আছিল ।
জেৰেমি হান্ট, বেন ৱালেচকো নতুন প্ৰধানমন্ত্ৰী দৌৰত থকা দেখা গৈছে।
ট্ৰাছৰ অৰ্থনৈতিক কাৰ্যসূচী ভাঙি পৰাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিত্ত মন্ত্ৰীক বৰ্খাস্ত কৰিছিল আৰু সকলো ঠিক কৰিবলৈ প্ৰাক্তন স্বাস্থ্য আৰু বৈদেশিক মন্ত্ৰী জেৰেমি হান্টৰ ওপৰত ভৰসা কৰিছিল।।

অৱশ্যে, জেৰেমি হাণ্টে জোৰ দি কৈছে যে তেওঁ এই পদটো নিবিচাৰে,। উল্লেখ্য ২০১৯ চনত তেওঁ চূড়ান্ত ৰাউণ্ডত বৰিছ জনছনৰ হাতত পৰাজিত হৈছিল।ব্ৰিটেইনৰ প্ৰতিৰক্ষা সচিব বেন ৱালেছ হৈছে শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰা ওলাই অহা কেইজনমান মন্ত্ৰীৰ ভিতৰৰে এজন ।এজন প্ৰাক্তন সৈনিক ৱালেছ জনচন আৰু ট্ৰাছ দুয়োৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd