• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইলাকান্দিত শোকাৱহ দুৰ্ঘটনা: কৰ্মৰত অৱস্থাতে কুঁৱাত পৰি মৃত্যু চাৰি শ্ৰমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2022 7:39 pm
Four workers died in Hailakandi
90
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ অসমৰ হাইলাকান্দি জিলাত আজি সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। কৰ্মৰত অৱস্থাতে এটা গভীৰ কুঁৱাত দুৰ্ঘটনাক্ৰমে পৰি যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী শ্ৰমিকে।

আলগাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিহাৱাৰত এটা ঘৰুৱা কুঁৱা পৰিষ্কাৰ কৰাৰ সময়ত এই শোকাৱহ ঘটনা সংঘটিত হয়।

শ্ৰমিক কেইবাগৰাকীয়ে অঞ্চলটোৰ এগৰাকী ব্যক্তিৰ ঘৰত কুঁৱা পৰিষ্কাৰ কৰাৰ সময়ত হঠাতে এগৰাকী শ্ৰমিক দুৰ্ঘটনাক্ৰমে কুঁৱাটোত বাগৰি পৰে।

শ্ৰমিকগৰাকীক বচাবলৈ চেষ্টা কৰোঁতেই আন তিনিগৰাকী শ্ৰমিকো কুঁৱাটোত বাগৰি পৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ঘটনাৰ পাছতে এছডিআৰএফ বাহিনীৰ এটা দল উপস্থিত হয় আৰু কুঁৱাৰ পৰা মৃতদেহ কেইটা উদ্ধাৰ কৰে বুলি তেওঁ লগতে সদৰী কৰে।

ইফালে দুৰ্ঘটনাটোত আন এগৰাকী শ্ৰমিকো গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীক লগে লগে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।

নিহত শ্ৰমিক কেইগৰাকীক আৰক্ষীয়ে ৰছিদ আহমেদ, নাজিম উদ্দিন, আবু চুহেল আৰু হাছিব উদ্দিন বুলি চিনাক্ত কৰিছে।

আনহাতে আহত সহিদ আহমেদ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন হৈ আছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd