• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাপৰত চাৰিদিনীয়াকৈ ষট্ পূজাৰ আয়োজন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 30, 2022 4:15 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

212
VIEWS
Share on FacebookShare on Twitter

দেশৰ আন আন অঞ্চলৰ লগতে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰত ষট্ পূজাৰ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। চাপৰ চহৰৰ ওচৰৰ সুঁতিৰমুখ গাওঁৰ সমীপতে দি বৈ যোৱা চম্পাৱতী নৈৰ পাৰত আন আন বছৰৰ দৰে এই বেলিও আস্থাৰ মহাপৰ্ব শ্ৰী শ্ৰী “ষট্” পূজা পালন কৰা হব।চাৰিদিন ধৰি চলা এই মহাপৰ্বৰ লগত সংগতি ৰাখি দেওবাৰে আবেলি ব্ৰত পালন কৰি থকা ব্ৰতধাৰী সকলে নৈৰ পাৰত পূজা অৰ্চনা কৰাৰ লগতে অস্তগামী সূৰ্য্য দেৱতাক ধূপ দীপ আদিৰে নৈৰ পানীত নামি চৌদিশ প্ৰদক্ষিণ কৰি আৰাধনা কৰিব আৰু এইদৰে ব্ৰতধাৰী সকলে এইদৰে অস্তগামী সূৰ্য্যৰ লগতে ষট্ পূজাৰ অন্ত পেলাই পুনৰ সোমবাৰ পূৱতি নিশা পূজা অৰ্চনাৰ লগতে উদিত সূৰ্য্য দেৱক পূজা কৰি এই মহাপৰ্বৰ সমাপ্তি ঘটাব।

এই চাৰি দিনীয়া কাৰ্যসূচী যুক্ত পৰ্বৰ দুদিন ব্ৰতধাৰী সকলে নিজ নিজ গৃহত নহায় খায় আৰু খর্ণা নামৰ পূজা অৰ্চনা কৰে । বৈদিক যুগৰ পৰা চলি অহা এই মহাপৰ্ব ৩৬ ঘণ্টা নিৰ্জলা উপবাস ৰাখি সম্পূৰ্ণ আস্থা আৰু নিষ্ঠা সহকাৰে কৰা হয়। জানিব পৰা মতে এই পূজাৰ প্ৰস্তুতি সম্পৰ্কে চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষযা কবিতা ডেকাই চাপৰৰ চম্পাৱতী নৈৰ ঘাটত পালিত ” পূজা স্থলত” উপস্থিত হৈ কাম কাজ সম্পৰ্কে বুজ লৈ উপস্থিত সদস্য বৃন্দৰ সৈতে মত বিনিময় কৰে।

এই “ষট্” মহাপৰ্ব আৰু সূৰ্য্য উপাসনাৰ পূজা উপলক্ষে , কমতাপুৰ স্বায়ত্ব পৰিষদৰ চীফ গকুল বৰ্মন , চক্ৰ বিষযা কবিতা ডেকা , অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, চাপৰ থানাৰ আৰক্ষী বিষয়া ৰঞ্জিত কাকতিৰ লগতে আন বহুতে সমূহ ব্রতধাৰী আৰু ভক্তপ্ৰাণ ৰাইজলৈ শুভেছা জ্ঞাপন কৰিছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd