• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমগ্ৰ দেশৰ লগতে শ্ৰীমন্ত শংকৰ একাডেমীতো পালন ৰাষ্ট্ৰীয় একতা দিৱস

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
October 31, 2022 1:08 pm
126
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সোমবাৰে পুৱাৰ ভাগত শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে বাহিৰ কৰে এক শান্তি সমদল।

বিদ্যালয়খনৰ অধ্যক্ষা ডঃ গীতা দত্ত বৰুৱাই এই সমদলৰ শুভাৰম্ভণি কৰে।

বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা ছুপাৰ মাৰ্কেট হৈ জনতা ভৱনৰ সন্মুখৰে এই সমদল ওলাই পুনৰ বিদ্যালয়লৈকে আহে।

লগতে পঢ়ক: টুইটাৰত শব্দৰ সীমা বৃদ্ধি কৰা বিষয়ত সন্মতি এলন মাস্কৰ!

পঞ্চম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে এই সমদলত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে ২০১৪ চনৰ পৰা পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস।

লগতে পঢ়ক:World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

কেন্দ্ৰীয় চৰকাৰৰ মতে এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে “ই আমাৰ দেশৰ ঐক্য, সততা, আৰু নিৰাপত্তাৰ প্ৰতি প্ৰকৃত আৰু সম্ভাৱ্য ভাবুকি সহ্য কৰিবলৈ আমাৰ জাতিৰ অন্তৰ্নিহিত শক্তি আৰু স্থিতিস্থাপকতাক পুনৰ দৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব”।

Recent News

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd