• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ্ৰাহকৰ ভেশ ধৰি আৰক্ষীৰ অভিনৱ অভিযান: উদ্ধাৰ ৬০০ বছৰ পুৰণি মূৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2022 7:45 pm
600-year-old statue caught
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত লোকবিশ্বাস অনুসৰি বহু আৰাধ্য দেৱ-দেৱীৰ পূজা-পাৰ্বণৰ প্ৰথা পৰম্পৰাগতভাৱে পৌৰাণিক চলি আহিছে। এনে আৰাধ্য দেৱ-দেৱীৰ পৌৰাণিক মূৰ্তিৰ এক চোৰাং বজাৰ ভাৰতত বিয়পি আছে। এনে চোৰাং বেহাৰ সন্দেহতে তামিলনাডু আৰক্ষীয়ে শেহতীয়াকৈ এক অভিনৱ অভিযান চলাই ৬০০ বছৰ পুৰণি এক মূৰ্তি উদ্ধাৰ কৰিছে।

মূৰ্তি ক্ৰয় কৰা গ্ৰাহকৰ ভেশ ধৰি তামিলনাডু আৰক্ষীয়ে ইৰোড জিলাৰ বাসিন্দা আৰ এছ পালানিচামী নামৰ এগৰাকী ব্যক্তিৰ ঘৰত ভগৱান বিষ্ণুৰ এটা ৬০০ বছৰ পুৰণি মূৰ্তি উদ্ধাৰ কৰিছে।

Apply Now

পালানিচামীৰ ওচৰত এই মূৰ্তিটো থকা বুলি নিশ্চিত তথ্য লাভ কৰাৰ পিছত স্থানীয় আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক ৰাজেশ পাণ্ডিয়াৰাজন, বিশেষ সহকাৰী পৰিদৰ্শক নাগেন্দ্ৰন, এগৰাকী হেড কনিষ্টবল আৰু এগৰাকী কনিষ্টবলেৰে গঠিত এটা বিশেষ আৰক্ষী দলে ক্ৰেতাৰ ভেশত তেওঁৰ ওচৰলৈ যায়।

পালানিচামীয়ে ক্ৰেতাৰূপী আৰক্ষীৰ দলটোক প্ৰতিমূৰ্তিটোৰ মূল্য ৩৩ কোটি টকা নিৰূপণ কৰে যদিও তেওঁলোকে মূৰ্তিটোৰ দৰ ১৫ কোটি টকা নিৰ্ধাৰণ কৰে আৰু কিনিবলৈ ৰাজী হয়। এই চুক্তিৰ পিছত আৰক্ষীৰ দলটো ৪ নৱেম্বৰত পালানিচামীৰ ঘৰলৈ যায়।

আৰক্ষীৰ দলটোক প্ৰতিমূৰ্তিটো বিক্ৰী কৰাৰ বাবে পালানিচামীয়ে উলিয়াই অনাৰ সময়তে দলটোৱে এই পৌৰাণিক মূৰ্তিটো জব্দ কৰে। মুঠ ২২.৮ কিলোগ্ৰাম ওজনৰ এই মূৰ্তিটো ৫৮ ছেণ্টিমিটাৰ ওখ আৰু ৩১ ছেণ্টিমিটাৰ বহল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে মূৰ্তিটো কৰ্ণাটকৰ মাণ্ডিয়াৰ এটা মন্দিৰৰ এগৰাকী পুৰোহিতে বিক্ৰী কৰাৰ তথ্য লাভ কৰিছে বুলি জানিবলৈ দিছে। এই তথ্যৰ আধাৰত আৰক্ষীয়ে প্ৰতিমূৰ্তিটো সেই মন্দিৰৰ সম্পদ হয় নে নহয়, সেয়া জানিবলৈ কৰ্ণাটকলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।

ইৰোড জিলাৰ এগৰাকী শীৰ্ষ বিষয়াৰ ভাষ্য অনুসৰি পালানিচামীয়ে যদি প্ৰতিমূৰ্তিটোৰ সঠিক নথি-পত্ৰ দেখুৱাব নোৱাৰে, তেওঁক দোষী সাব্যস্ত কৰা হ’ব আৰু লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd