• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰেই আহি আছে অটল বিহাৰীৰ বায়’পিক; বাজপেয়ীৰ চৰিত্ৰত পংকজ কুমাৰ ত্ৰিপাঠী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 1:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্ৰেই বলীউদত মুক্তি পাব ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বায়’পিক। বৰ্তমান সময়ৰ এগৰাকী বলিষ্ঠ অভিনেতা পংকজ কুমাৰ ত্ৰিপাঠীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। অভিনেতাজনে নিজেই বাতৰিটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে, “ভাৰত জমিন কা টুকড়া নেহী, জিতা জাগতা ৰাষ্ট্ৰপুৰুষ হে!– মই ডাঙৰ পৰ্দাত এই শাৰীটো লিখা মহান নেতা অটল বিহাৰী বাজপেয়ীজীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছো। মই ভাবো এইটো মোৰ সৌভাগ্য। #ATAL সোনকালেই আহি আছে।‘’

লগতে পঢ়ক: নিশা ১৯ বছৰীয়া মডেলক চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Apply Now

ছবিখনৰ নাম হ’ব ‘মেই ৰহু য়া না ৰহু ইয়ে দেশ ৰেহেনা চাহিয়ে – অটল’। ছবিখন সন্দীপ সিং আৰু বিনোদ ভানুশালীয়ে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখন পেংগুইন প্ৰকাশনৰ কিতাপ ‘দ্য আনটোল্ড বাজপেয়ী: পলিটিক্স এণ্ড পেৰাডক্স’ৰ ওপৰত আধাৰিত।

ছবিখনৰ দৃশ্যগ্ৰহণ ২০২৩ চনত আৰম্ভ হ’ব আৰু যদি সকলো ঠিকে থাকে তেন্তে ই ২০২৩ চনৰ শেষৰ পিনে বক্স অফিচলৈ আহিব। অৰ্থাৎ মানুহে তেওঁৰ ৯৯ তম জন্ম বাৰ্ষিকীত পৰ্দাত অটলৰ জীৱন চাবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে পিতৃৰ হাত ধৰি ক্ষেপণাস্ত্ৰ ঘাঁটিত কিম জঙৰ কন্যা

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰথম নেতা যিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দীৰ্ঘদিনধৰি অসুস্থতাৰ পিছত ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

"भारत जमीन का टुकड़ा नहीं, जीता जागता राष्ट्रपुरुष है।"

ये पंक्तिया लिखनेवाले महान नेता श्री.अटल बिहारी वाजपेयी जी कि भूमिका मुझे बड़े पर्देपर साकार करने का अवसर मिल रहा है, ये मैं अपना सौभाग्य मानता हूँ! #ATAL जल्द ही ।@meranamravi @vinodbhanu @thisissandeeps pic.twitter.com/xnl1sT0Ke9

— पंकज त्रिपाठी (@TripathiiPankaj) November 18, 2022

ইপিনে, পংকজ কুমাৰ ত্ৰিপাঠীয়ে ইতিমধ্যে মিৰ্জাপুৰ, মিমি, স্ত্ৰী, চেক্ৰেড গেমছ, ফুকৰে আৰু ৮৩’ ৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে নিজকে এগৰাকী বলিষ্ঠ অভিনেতা হিচাপে প্ৰমাণ কৰিছে। পংকজে যিকোনো চৰিত্ৰ গ্ৰহণ কৰে আৰু নিজকে সেই সাঁচত ঢালি দিয়ে। অটলৰ চৰিত্ৰতো পংকজৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰিব বুলি সকলোৱে ধাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd