• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 8:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াই এক অদ্ভূত দাবী কৰিছে। ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব বুলি ইংগিত দিয়াৰ পিছতে ৰাছিয়াই অভিযোগ কৰিছে ইউৰোপীয় দেশসমূহে ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ ‘নতুন ভুখণ্ড’ক স্বীকৃতি নিদি আলোচনাৰ পথ কঠিন কৰি তুলিছে।

ক্ৰেমলিনে কয় যে আলোচনাৰ বাবে ৰাছিয়াই পথ মুকলি ৰাখিছে, কিন্তু পশ্চিমীয়া ৰাষ্ট্ৰবোৰে দাবী কৰা  ইউক্ৰেইন আক্ৰমণৰ বন্ধ কৰি তাৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়।

Apply Now

উল্লেখ্য, ৰাছিয়াই ছেপ্টেম্বৰৰ শেষৰ ফালে ইউক্ৰেইনৰ চাৰিটা অঞ্চল অবৈধভাৱে দখল কৰি নিজৰ বুলি দাবী কৰি আহিছে। ইফালে ৰাছিয়াৰ ৯ মহীয়া আক্ৰমণত ইউক্ৰেইনে আধাতকৈ অধিক ভূখণ্ড হেৰুওৱাইছে বুলি প্ৰকাশ পাইছে।

 

লগতে  পঢ়ক সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। “যদি সঁচাকৈয়ে তেওঁ (ভ্লাদিমিৰ পুতিন) যুদ্ধৰ অন্ত পেলোৱাৰ কথা চিন্তা কৰিছে তেন্তে তেওঁ নিজেই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।” মাৰ্কিন ৰাষ্ট্ৰপিতগৰাকীয়ে সাংবাদিকৰ আগত কয়।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ কাষতে ৰৈ ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনেও স্পষ্ট কৰি দিয়ে যে তেওঁলোক দুয়োজনে ইউক্ৰেইনীয়সকলক কেতিয়াও আপোচ কৰাটো নিবিচাৰে।

কূটনৈতিক হেঁচাত মাহৰ পিছত মাহ ধৰি ৰাছিয়াই আলোচনাৰ প্ৰতি কোনো উৎসাহ প্ৰদৰ্শন কৰা নাই। ইফালে অসামৰিক অঞ্চলত ব্যাপক আক্ৰমণ চলোৱাৰ পাছতো দক্ষিণ ইউক্ৰেইনত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে।

ইফালে, শুকুৰবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে। এঘণ্টাজোৰা বাৰ্তালাপত জাৰ্মান নেতাগৰাকীয়ে ৰাছিয়াক কূটনৈতিক সমাধান বিচাৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্যক যথাসম্ভৱ সোনকালে উলিয়াই আনিবলৈ আহ্বান জনায়।

 

লগতে পঢ়ক চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ

এই সন্দৰ্ভত ক্ৰেমলিনে কয় যে জাৰ্মানীৰ এই আহ্বানৰ বিপৰীতে ৰুছ ৰাষ্ট্ৰপতি পুটিনে বাৰ্লিনকো ইউক্ৰেইনৰ পৰিঘটনাৰ প্ৰেক্ষাপটত নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈহে আহ্বান জনাইছে। ৰাষ্ট্ৰপতি পুটিনে জাৰ্মানীকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ভূমিকাত অসন্তুষ্ট আৰু কিয়েভেৰে আলোচনাৰ ধাৰণাটো সম্পূৰ্ণৰূপে নাকচ কৰিছিল।

মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত কয় যে মিষ্টাৰ পুটিনে “আমাৰ স্বাৰ্থ নিশ্চিত” কৰাৰ লক্ষ্যৰে আলোচনাৰ পথ মুকলি কৰি ৰাখিছে। কিন্তু মস্কো নিশ্চিতভাৱে আমেৰিকাৰ চৰ্ত মানি ল’বলৈ সাজু নহয়।” উল্লেখ্য, মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে কৈছিল যে ৰাছিয়াই ইউক্ৰেইনৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ পিছতহে আলোচনা সম্ভৱপৰ।

ক্ৰেমলিনে ৰাষ্ট্ৰপতি পুতিনৰ নিজৰ স্থিতি স্পষ্টকৈ ঘোষণা কৰাৰ পাছত ইউক্ৰেইন যুদ্ধৰ অৱসান সম্পৰ্কীয় আলোচনাৰ কোনো গতি লাভ নকৰাটো প্ৰায়ে স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd