• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুজৰাটত মুখ ঠেকেচা আপ আৰু কংগ্ৰেছৰ : বিজয়ৰ দিশে সংঘ বাহিনী

কংগ্ৰেছে এতিয়ালৈ আগুৱাই আছে ১৯ খন আসনত। আানহাতে ১ বজালৈকে মাত্ৰ ৬ খন আসন হে লীড কৰিব পাৰিছে আম আদমী পাৰ্টিয়ে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 1:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চলি আছে বিতৰ্কিত আৰু চৰ্চিত গুজৰাট বিধান সভা নিৰ্বাচনৰ ভোট গণনা। ৰাজনৈতিক মহলৰ আশংকা মতেই গুজৰাটৰ ভোট গণনাই দিছে ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ সম্ভেদ।

গুজৰাট বিধান সভাৰ মুঠ ১৮২ খন আসনৰ অধিকাংশ আসনতেই আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি পুনৰ শাসনলৈ আহিব নেকি বিজেপিৰ দুই মহাৰথী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃ্হমন্ত্ৰী অমিত শ্বাহৰ গৃ্হৰাজ্য গুজৰাটত? ইতিমধ্যে পৰিস্ফূট হৈ পৰিছে এই প্ৰশ্নৰ উত্তৰ।

Apply Now

১ বজালৈকে হোৱা গণনা অনুসৰি গুজৰাটত ১৫৪ খন আসনত আগুৱাই আছে ভাৰতীয় জনতা পাৰ্টি।

কংগ্ৰেছে এতিয়ালৈ আগুৱাই আছে ১৯ খন আসনত।

আানহাতে ১ বজালৈকে মাত্ৰ ৬ খন আসন হে লীড কৰিব পাৰিছে আম আদমী পাৰ্টিয়ে।

আাৰু ৩ খন আসনত আগুৱাই আছে অন্যান্য দলৰ প্ৰাৰ্থী।

উল্লেখ্য যে গুজৰাট বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টি এই তিনিওটা দলেই হাড়ক পানী কৰি কৰিছিল নিৰ্বাচনী প্ৰচাৰ। বিৰোধীৰ শক্তিশালী প্ৰচাৰত শংকিত হৈ পৰিছিল বিজেপি। যাৰ বাবে দেশৰ চুকে কোণে থকা সকলো ৰথী মহাৰথী বিজেপি নেতাক নমোৱা হৈছিল গুজৰাট বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰত।

গুজৰাটত ভাল ফলাফলৰ আশা কৰিছিল ৰাহুল গান্ধী আৰু কেজৰিৱালে। সংবাদ মাধ্যমতো এই দুই বিৰোধীয়ে বিজেপিক আঁতৰাই নিজৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কথা বীৰদৰ্পে ঘোষণা কৰিছিল। পিছে হৈ থকা ভোট গণনাৰ গতি বিধিয়ে চেঁচা পানী ঢালিছে দুই বিৰোধী ৰাহুল আৰু কেজৰিৱাল বাহিনীৰ আশাত।

যি কি নকওক গুজৰাটৰ লগতে হিমাচলত হৈ থকা বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাত আগবাঢ়ি আছে কংগ্ৰেছ। গুজৰাটক লৈ দুখী হ’লেও হিমাচলৰ ফলাফলক লৈ সুখী হৈ পৰিছে ৰাহুল। ঠিক তেনেদৰে কোনো এখন ৰাজ্যত ভাল ফলাফল দেখুৱাব নোৱাৰিলেও বুধবাৰে দিল্লী পৌৰ সভাৰ নিৰ্বাচনত ১৫ বছৰীয়া বিজেপিক আঁতৰাই আপে পৌৰ সভা দখল কৰে। এতিয়া সেই সুখতেই শান্তনা লৈছে অৰবিন্দ কেজৰিৱালে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd