• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 3:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Taliban carry out first public execution ২০২১ চনৰ ১৫ আগষ্টত দ্বিতীয়বাৰৰ বাবে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান প্ৰশাসনে আফগানিস্তানত কোনো লোকক ৰাজহুৱাভাৱে মৃত্যুদণ্ড প্ৰদান কৰিছে। অৰ্থাৎ তালিবান সেই তালিবান হৈয়েই আছে। তালিবান চৰকাৰৰ মতে, পশ্চিম আফগানিস্তানৰ এজন লোকক হত্যাৰ অভিযোগত মৃত্যুদণ্ড দিয়া হৈছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে জনায় যে পশ্চিম আফগানিস্তানৰ ফাৰাহ প্ৰদেশৰ এজন লোকক মৃত্যুদণ্ড দিয়া হৈছে। তেওঁৰ বিৰুদ্ধে ২০১৭ চনত এজন লোকক হত্যা কৰাৰ অভিযোগ আছে। অভিযুক্তজনক সেই গোচৰতে বিচাৰ কৰি মৃত্যুদণ্ড দিয়া হৈছে। তালিবান চৰকাৰে জনাইছে যে আদালতত বিচাৰৰ পিছত ধৰ্মীয় নেতাৰ নিৰ্দেশতে মৃত্যুদণ্ড প্ৰদান কৰা হৈছে।

লগতে পঢ়ক: সুৰাৰ নিচাত! অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই; ইণ্টাৰনেটত ভাইৰেল ‘লজ্জাজনক’ ভিডিঅ‘

Apply Now

মৃত্যুদণ্ড যদিও ৰাজহুৱাভাৱে দিয়া হৈছে, তথাপিও মানুহজনক কেনেকৈ মৃত্যুদণ্ড দিয়া হৈছে সেয়া জনা নাযায়। মৃত্যুদণ্ডৰ সময়ত কেইবাজনো তালিবান প্ৰশাসক উপস্থিত আছিল।

শেহতীয়াকৈ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ তৰফৰ পৰা আফগান চৰকাৰক ৰাজহুৱাভাৱে অসামৰিক লোকসকলক মাৰপিট আৰু শাস্তি দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে, তেওঁলোকে সেয়া শুনিব নে নাই সেয়া ক’ব পৰা নাযায়।

১৯৯০ ৰ দশকত যেতিয়া তালিবানে প্ৰথমবাৰৰ বাবে আফগানিস্তানত ক্ষমতা দখল কৰিছিল, তেতিয়া অপৰাধীক তেওঁলোকৰ অপৰাধৰ বাবে ৰাজহুৱাভাৱে চাবুক মৰাৰ পৰা আৰম্ভ কৰি মৃত্যুদণ্ডলৈকে শাস্তি দিয়া হৈছিল।

২০২১ চনত দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ পিছত তালিবানে দাবী কৰিছিল যে এইবাৰ তেওঁলোকৰ শাসন পৃথক হ’ব। নাগৰিকসকলৰ স্বাধীনতা আৰু অধিকাৰ নিয়ম অনুসৰি দিয়া হ’ব।

লগতে পঢ়ক: ‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

কিন্তু লাহে লাহে বুজা গৈছে যে সেয়া মাথোঁ সন্তনা বাণীহে আছিল। শেহতীয়াকৈ মহিলাসকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কামৰ স্বাধীনতা কাঢ়ি লোৱা, এটাৰ পিছত এটাকৈ কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা, আৰু সেইবোৰ ভংগ কৰাৰ বাবে কঠোৰ শাস্তি ইত্যাদিলৈকে তালিবানৰ কোনো পৰিৱৰ্তন হোৱা নাই। চুৰিৰ দৰে অপৰাধৰ পৰা আৰম্ভ কৰি অবৈধ সম্পৰ্কৰ বাবে পুৰুষ আৰু মহিলাক ৰাজহুৱাভাৱে চাবুক মৰাৰ দৰে শাস্তিও দিয়া হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd