• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ কেইমাহমান আগতেই তাৰ ইংগিত পোৱা গৈছিল। সকলোবোৰ সমীক্ষাই সেই ইংগিত স্পষ্ট কৰি তুলিছিল। সোমবাৰে গুজৰাটৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ বিধানসভাৰ ভোটগ্ৰহণৰ পিছত সকলো সমীক্ষাই কংগ্ৰেছৰ বাবে এক অভূতপূৰ্ব দুৰ্বল ফলাফলৰ ভৱিষ্যতবাণী কৰিছিল। লগতে বিজেপিক বৃহৎ ব্যৱধানত আগবঢ়াই ৰাখিছিল।

বৃহস্পতিবাৰে ফলাফল প্ৰকাশ পাবলৈ আৰম্ভ হোৱাৰ লগে লগে পূৰ্বানুমান মিলিবলৈ আৰম্ভ কৰে। এইটো স্পষ্ট হৈ পৰিছে যে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ ৰাজ্যৰ ৰাজনীতিত ৰাহুল গান্ধী-মল্লিকাৰ্জুন খাৰ্গেৰ দল প্ৰায় বিপৰ্যস্ত হৈ পৰিল।

লগতে পঢ়ক: ‘অপাৰেচন লটাছ’ৰ সংশয়! জয়ৰ দিশে অগ্ৰসৰ হৈও ভীতিগ্ৰস্ত কংগ্ৰেছ

Apply Now

ভোটগণনাৰ পৰা গম পোৱা যায় যে ১৮২ জনীয়া গুজৰাট বিধানসভাত বিজেপিৰ সংখ্যা হয়তো ১৫৮ ত উপনীত হ’ব পাৰে। ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত, কংগ্ৰেছৰ ১৪৯ খন আসন জিকাৰ অভিলেখ ভংগ হৈছে।

আনহাতে, বিধায়কৰ সংখ্যা ১৯ ৰ তললৈ হ্ৰাস হোৱাৰ লগে লগে কংগ্ৰেছেও মহাত্মা গান্ধী-বল্লভভাই পেটেলৰ ৰাজ্যত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাব। বিজেপিয়ে প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে। কংগ্ৰেছে মাত্ৰ ২৭ শতাংশ পাইছে। অৰবিন্দ কেজৰিৱালৰ আপে দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰায় ১৩ শতাংশ ভোট লাভ কৰিবলৈ গৈ আছে।

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা  আগবঢ়াইছিল। ১৮২ জনীয়া বিধানসভাত কংগ্ৰেছৰ ৭৭ জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। বিজেপিয়ে ৯৯ খন আসন জিকি কেনেবাকৈ চৰকাৰ গঠন কৰিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যখনত ৪৪ শতাংশতকৈও অধিক ভোট লাভ কৰিছিল। আনহাতে, বিজেপিৰ ভোটৰ অংশ আছিল ৪৯ শতাংশ।

কিন্তু ২০১৪ চনৰ পিছত, আনকি ২০১৯ ৰ লোকসভা নিৰ্বাচনতো ছোনিয়া-ৰাহুলৰ দলে মোডী-শ্বাহৰ ৰাজ্যত নিজৰ একাউণ্ট খুলিবলৈ ব্যৰ্থ হৈছিল। বিজেপিয়ে ২৬ খন লোকসভা আসনত জয়লাভ কৰিছিল। দৰাচলতে, তেতিয়াৰ পৰাই কংগ্ৰেছ শিবিৰত বিভাজন আৰম্ভ হৈছিল।

লগতে পঢ়ক: কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ??

বিগত পাঁচ বছৰত গুজৰাটত কংগ্ৰেছৰ ১৯ জন বিধায়কে দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে। তালিকাত যুৱ নেতা অল্পেশ ঠাকুৰ, প্ৰাক্তন বিৰোধী নেতা আৰু এসময়ত কংগ্ৰেছৰ ‘জনজাতীয় মুখ’ মোহন সিং ৰাথওৱাৰৰ দৰে নেতাও অন্তৰ্ভুক্ত আছে। দলটোৰ একাংশৰ মতে, দক্ষিণ আৰু পূব গুজৰাটৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ অন্যতম কাৰণ হৈছে ১০ বাৰৰ বিধায়ক মোহনৰ দলত্যাগ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd