• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামপুৰত আৰম্ভ হৈছে ‘আণ্ডাৰ দ্য চাল ট্ৰি’ নাট মহোৎসৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2022 5:55 pm
143
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰত অনুষ্ঠিত হৈ যায় ‘আণ্ডাৰ দ্য চাল ট্ৰি ‘ নাট মহোৎসৱৰ প্ৰথম দিনাৰ নাট প্ৰদৰ্শন আৰু উদ্বোধনী কাৰ্যসূচী। বাদুংদুপ্পাৰ পৰিচালন সঞ্চালক মদন ৰাভাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে তামিলনাডুৰ স্বনামধন্য নাট্য ব্যক্তিত্ব ড° আৰ কালীস্বৰণ। লোক সংস্কৃতিৰ গৱেষক, প্ৰসাৰক ড° কালীস্বৰণে তেওঁৰ ভাষণত লোকায়তৰ শিপা সম্পৰ্কে কয়।

প্ৰথম দিনৰ প্ৰথমখন নাটক আছিল বাদুংদুপ্পাৰ নিজা নিবেদন –মদন ৰাভাৰ ৰচনা আৰু ধনঞ্জয় ৰাভাৰ পৰিচালনাৰে“ৰিছি জলংকা” নাটকখনে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

লগতে পঢ়ক: UGC New Rule: ইউজিচিৰ নতুন নিয়ম! স্নাতকোত্তৰ অধ্যয়ন অবিহনে পোনপটীয়াকৈ পিএইচডিৰ সুযোগ

প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সৃষ্টি বাদুংদুপ্পাৰ উদ্দেশ্য এই ভূখণ্ডৰ বাবে নাটকৰ নিজা পৰিভাষা আৰু শৈলী বিনিৰ্মাণ। সেই লক্ষ্যক সৰোগত কৰি ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া ‘আণ্ডাৰ দ্য চাল ট্ৰি’ নাট মহোৎসৱৰ প্ৰথম দিনাৰ দ্বিতীয় দৰ্শনী আছিল কোলহাপুৰ, মহাৰাষ্ট্ৰৰ ‘ Tiny Tales’ ৰ নিবেদন, প্ৰতীক্ষা খাচনিচৰ দ্বাৰা ৰচিত পৰিচালিত – ‘আলোৰ গান’। মাৰাঠী আৰু বাংলা এই দুয়োটা ভাষাৰ নাটকখনেও দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰে।

শালনীৰ মাজত মাটিৰ মঞ্চত  যান্ত্ৰিক শব্দ আৰু পোহৰ অবিহনে কৰা এই নাট মহোৎসৱ ইতিমধ্যে দেশে বিদেশে চৰ্চিত হৈ উঠিছে। এই বৰ্ষত ভাৰত তথা বিদেশৰ বহু নাট্য ব্যক্তিত্ব‌ই অংশ গ্ৰহণ কৰে। সন্ধ্যা অনুষ্ঠিত হোৱা আলোচনা সভাত দুয়োখন নাটকৰ বিষয়ে চৰ্চা হয়।

লগতে পঢ়ক: কুকুৰৰ সৈতে খেলি থাকোঁতে হৃদৰোগত আক্ৰান্ত থাই ৰাজকুমাৰী; অৱস্থা সংকটজনক!

আলোচনা সভাত বিভিন্ন গৱেষকে বাদুংদুপ্পাৰ অভিনৱ নাট্যশৈলীৰ প্ৰসংশা কৰে আৰু কয় যে বাদুংদুপ্পাৰ এই শৈলী ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছে। বাদুংদুপ্পাৰ ‘স্পেচ্’ৰ অনুকৰণত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাট্য মহোৎসৱ গঢ়ি উঠিছে। লগতে প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সপোন- বিশ্ব দৰবাৰক অসমৰ এখন চোতাললৈ অনাৰ সপোন ফলৱতী হোৱাৰ দিশে আগবাঢ়ি গৈছে।

কাইলৈ শুকুৰবাৰে বাদুংদুপ্পাৰ মাটিৰ মঞ্চত নিবেদন কৰা হ’ব শ্ৰীল‌ংকাৰ চল্ট থিয়েটাৰ নিবেদন, অনুসূয়া সুবাসিংঘে ৰচিত আৰু পৰিচালিত নাটক- ‘চুইট ৰ’টেন হেৰিটেঞ্চ’। দ্বিতীয় দৰ্শনীত মঞ্চস্থ হ’ব পশ্চিম বংগৰ ‘বিৰাট সমূহ পাৰফৰ্মাচ কালেক্টিভৰ নাটক, তিতাছ দত্তৰ ৰচনা আৰু পৰিচালনাৰে -‘অথঃ হিড়িম্বা কথা’।

লগতে পঢ়ক: বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ! গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানি-খুচি হত্যা প্ৰেমিকৰ

সন্ধিয়া বাদুংদুপ্পা চোতালত অন্তৰংগ মঞ্চায়ন হ’ব গুৱাহাটীৰ এনকা ক্ৰিয়েটিভ লাইনৰ অসমীয়া ভাষাৰ নাটক ‘ ইৰেনডিৰাছ মেটাম’ৰফ’চিচ্’। ৰচনা মৃণালজ্যোতি গোস্বামী আৰু নম্ৰতা শৰ্মাৰ।পৰিচালনা মৃণালজ্যোতি গোস্বামীৰ।

বাদুংদুপ্পাই সমূহ দৰ্শক আৰু শুভাকাংখীৰ সহযোগিতা কামনা কৰিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd