• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাশ্মীৰী পণ্ডিতক লৈ দুতলীয়া আচৰণ প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ! কাণসাৰ নাই কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 4:38 pm
kashmiri pandit protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰী পণ্ডিতৰ ক্ষেত্ৰত বিজেপি চৰকাৰে চৰম দুতলীয়া আচৰণ কৰা দেখা গৈছে। যোৱা কেইবামাহো ধৰি নিৰৱচ্ছিন্নভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জন্মু কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলে।

উল্লেখ্য যে বিবেক অগ্নিহোত্ৰীৰ প্ৰপাগাণ্ডামূলক ছবি দ্য কাশ্মীৰ ফাইলছকলৈ ভীষণ ব্যস্ত হৈ পৰিছিল কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহ। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেটত আহ্বান জনাইছিল যে ছবিখন সকলো দেশবাসী চোৱা উচিত।

Apply Now

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল যে ছবিখনে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলি অহা অকথ্য নিৰ্যাতনক পোহৰলৈ আনি ছবিখনে ঐতিহাসিক দায়িত্ব পালন কৰিছে। ইপিনে বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰেও ছবিখন চাবলৈ কৰ্মচাৰীসকলক অৰ্ধছুটী পৰ্যান্ত দিছিল।

অৰ্থাৎ দ্য কাশ্মীৰী ফাইলছক লৈ বিজেপি দল আৰু বিজেপি চৰকাৰে মোনা ভৰাই ৰাজনীতি কৰিলে। যিসকল কাশ্মীৰী পণ্ডিতৰ ওপৰত নিৰ্মিত ছবিকলৈ মোদী চৰকাৰ আৰু বিজেপিয়ে জুলুঙা ভৰাই ৰাজনীতি কৰিলে তেওঁলোক এতিয়া কেনে আছে?

ছবিখনকলৈ জুলুঙা ভৰাই ৰাজনীতি কৰি কাশ্মীৰী পণ্ডিতৰ বিৰুদ্ধে পিঠি দিছে নেকি চৰকাৰে? কাশ্মীৰী পণ্ডিতৰ জীৱন মৰণকলৈ ৰাজনীতি কৰিছে নেকি মোদী চৰকাৰে? কাশ্মীৰী পণ্ডিতসকলে কেইবামাহ ধৰি কৰি অহা তীব্ৰ প্ৰতিবাদে সমুখলৈ আনিছে এই প্ৰশ্নৰ।

যোৱা জুন মাহৰ পৰাই জন্মুত কাশ্মীৰী পণ্ডিতসকলে নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। পি এম পেকেজৰ অধীনৰ কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে নিৰাপত্তাজনিত কাৰণত তেওঁলোকৰ বদলিকৰণৰ দাবী কৰি আহিছে।

যোৱা বছৰৰ মাজভাগত কেইবাগৰাকীও কাশ্মীৰী পণ্ডিত হত্যাৰ বলি হোৱা পাছতে কাশ্মীৰী পণ্ডিতসকল জীৱনৰ নিৰপত্তাহীনতাত ভুগি আহিছে। কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰ উপত্যকা থকা ঘৰবাৰী ত্যাগ কৰি জম্মু উপত্যকাত গুচি যায়।

ইয়াৰ পাছতে জীৱন আৰু জীৱিকাৰ নিৰাপত্তা বিচাৰি কাশ্মীৰী পণ্ডিতসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই নিৰন্তৰ প্ৰতিবাদে এতিয়া ২৫০ দিন অতিক্ৰম কৰিছে।

পি এম পেকেজৰ অধীনত কাশ্মীৰী পণ্ডিতসকলে কাশ্মীৰৰ পৰিৱৰ্তে দেশৰ অন্যান্য প্ৰান্তলৈ বদলিকৰণৰ দাবী উত্থাপন কৰিছে। কাশ্মীৰী পণ্ডিতসকলৰ দাবী যে কাশ্মীৰত তেওঁলোক আৰু তেওঁলোকৰ সন্তান ভৱিষ্যৎ সুৰক্ষিত নহয়।

কিন্তু চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ এই দাবী মানি লোৱাৰ পৰিৱৰ্তে প্ৰত্যাখানহে কৰিছে। আনকি জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কৰ্তব্য যোগদান নকৰা কাশ্মীৰ পণ্ডিতসকলৰ দৰমহা বন্ধ কৰা হ’ব বুলি জাননী জাৰি কৰে।

ইয়াৰ পাছতে কাশ্মীৰী পণ্ডিতসকলে আৰ্থিক সংকটত পৰিছে। চৰকাৰে এক সুস্থিৰ সিদ্ধান্ত আৰু জীৱন-জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বিপৰীতে এই পদক্ষেপ লোৱাৰ পাছতে কাশ্মীৰী পণ্ডিতসকলে বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে।

কাশ্মীৰী পণ্ডিতসকলে সমস্যা সমাধান বিচাৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এতিয়ালৈকে অতি কমেও ২৫০০ খন পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ অভিযোগ যে এতিয়াও ৪৫০০ কাশ্মীৰী পণ্ডিতক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ লিখিত আশ্বাস দিয়া নাই চৰকাৰে।

বৰং চৰকাৰে জীৱনকলৈ আতংকগ্ৰস্ত, শংকিত কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰ উপত্যকালৈ উভতি যাবলৈহে বাধ্য কৰা বুলিও অভিযোগ কৰিছে। অৰ্থাৎ কোনো সুৰক্ষা তথা নিৰাপত্তা ব্যৱস্থা গঢ়ি নোতোলাকৈ কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰ উপত্যকালৈ ওভতাই পঠোৱাৰ বাবে চৰকাৰীভাৱে হেঁচা প্ৰয়োগ কৰা হৈছে।

এতিয়া প্ৰশ্ন হৈছে, বিবেক অগ্নিহোত্ৰী প্ৰপাগ’ণ্ডাধৰ্মী ছবি দ্য কাশ্মীৰ ফাইলছক লৈ হৈ চৈ কৰি ৰাজনীতিৰে মুনাফা লোৱা মোদী চৰকাৰে কিয় কাশ্মীৰ পণ্ডিতৰ দাবীৰ প্ৰতি সহানুভূতিশীল নহয়?

মুনাফা লাভৰ ৰাজনীতি কৰাৰ বাবেই চাগে প্ৰধানমন্ত্ৰী মোদী চৰকাৰে কাশ্মীৰী পণ্ডিতৰ ২৫০ দিনৰো অধিক অবিৰত প্ৰতিবাদক কোনো ভ্ৰূক্ষেপ নকৰি কাশ্মীৰী পণ্ডিতৰ জীৱন-জীৱিকাক লৈ হয়তো হেতালি খেলি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd