• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্দান্ত খেল প্ৰদৰ্শন টীম ইণ্ডিয়াৰ : ৬৭ ৰাণত পৰাস্ত শ্ৰীলংকা

ইয়াৰ লগতে বিশেষভাবে খেল প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ৪৫তম শতক অৰ্জন কৰে এই খেলখনত।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 8:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত শ্ৰীলংকাৰ বিৰুদ্ধে ৬৭ ৰাণত জয়লাভ কৰে টীম ইণ্ডিয়াই। বিৰাট কোহলী, ৰোহিত শৰ্মা, শুবমান গিল, উমৰাণ মালিক, মহম্মদ ছিৰাজৰ বেট-বলৰ দ্ৰুত প্ৰদৰ্শনৰ আগত সেও মানিবলগা হয় বিদেশী দলটোৱে।

শ্ৰীলংকাৰ অধিনায়ক দছুন শনাকাই টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

Apply Now

ফলত শুবমান গিলৰ সৈতে অধিনায়ক ৰোহিত শৰ্মাই ইনিংছ আৰম্ভ কৰে। এফালে ৰোহিতে আগ্ৰাসী বেটিং কৰে, আনফালে শুবমান গিলে শীতল মগজুৰে ইনিংছত নেতৃত্ব দিয়ে। ৰোহিত শৰ্মা আৰু শুবমান গিলে মুঠ ১৪৩ ৰাণ সংগ্ৰহ কৰে।  শুবমান গিলে ৭০ ৰাণ আৰু ৰোহিত শৰ্মাই মুঠ ৮৩ ৰান সংগ্ৰহ কৰে।

ইয়াৰ লগতে বিশেষভাবে খেল প্ৰদৰ্শন কৰে বিৰাট কোহলীয়ে। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ ৪৫তম শতক অৰ্জন কৰে এই খেলখনত। ৮৭টা বলত ১১৩ ৰাণৰ সংগ্ৰহ কৰাৰ পাছত বিৰাট কোহলীক আউট কৰে কাছুন ৰাজিতাই। উল্লেখ্য যে কোহলীৰ ইনিংছত ১২টা চাৰি আৰু ১টা ছয় আছিল।

ইয়াৰ উপৰিও ভাৰতৰ হৈ কে এ ৰাহুলে ৩৯ ৰাণ, শ্ৰেয়াছ আয়েৰে ২৮ ৰাণ, হাৰ্দিক পাণ্ডিয়াই ১৪ ৰাণ সংগ্ৰহ কৰে। শেষত ভাৰতে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৭৩ ৰাণ সংগ্ৰহ কৰে।

শ্ৰীলংকাৰ হৈ কুশল ৰাজীতাই সৰ্বাধিক ৩ উইকেট দখল কৰে। শ্ৰীলংকাই জয়ৰ লক্ষ্যৰে ৩৭৪ ৰাণ সংগ্ৰহ কৰে।

শ্ৰীলংকাই দসুন শানাকাৰ উজ্জ্বল শতক, পাথুম নিশংকৰৰ ৭২, ধনঞ্জয় দে ছিলভাৰ ৪৭ ৰাণৰ সৌজন্যত সন্মানজনক ইনিংছ অৰ্জন কৰে। শনাকাই সৰ্বাধিক ১০৮ ৰাণ সংগ্ৰহ কৰে। শেষত শ্ৰীলংকাই ৫০ অভাৰত ৮ উইকেটত ৩০৬ ৰাণ সংগ্ৰহ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd