• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অঘটন! ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 14, 2023 11:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰী ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি থকা অৱস্থাত অসুস্থ হৈ মৃত্যুবৰণ কৰে। জানিব পৰা মতে ৰাহুল গান্ধীৰ কাষত খোজ কাঢ়ি থাকোঁতে কংগ্ৰেছ সাংসদজনৰ হৃদস্পন্দন বাঢ়ি গৈছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ৰাহুল গান্ধী নিজেও চিকিৎসালয়ত উপস্থিত হৈছিল। কিন্তু তেওঁক বচাব পৰা নগ’ল। তেওঁক যেতিয়া চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত সন্তোষ সিঙৰ বয়স আছিল ৭৬ বছৰ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে কংগ্ৰেছ সাংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা টুইটত তেওঁ লিখিছে,”জলন্ধৰৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। মই ঈশ্বৰৰ ওচৰত তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো।‘’

লগতে পঢ়ক: হঠাতে শ্বুটিং ছেটত অচেতন হৈ পৰিল ৰণবীৰ হুডা! ততাতয়াকৈ নিয়া হ’ল হাস্পাতাললৈ, তাৰপিছত…

Apply Now

বাতৰি অনুসৰি,  আজি ৰাতিপুৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা ফিল্লৌৰৰ মাজেৰে পাৰ হৈ গৈছিল। সেই সময়তে সন্তোষ সিং হঠাতে হৃদৰোগত আক্ৰান্ত হয়। তেওঁক এখন এম্বুলেন্সত ‘ভিৰ্ক’ নামৰ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক বচাব পৰা নগ’ল।

ইপিনে, সন্তোকৰ মৃত্যুৰ পিছত যাত্ৰা বন্ধ কৰি দিয়া হয়। তেওঁ জলন্ধৰৰ কংগ্ৰেছ সাংসদ আছিল। ইয়াৰ পূৰ্বে তেওঁ পঞ্জাৱ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পেছাত এজন উকীল সন্তোষ ২০১৪ আৰু ২০১৯ চনত জলন্ধৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক: এয়াৰলাইনছৰ ভুলৰ বাবে আন দেশলৈ গৈছিল বেগ; চাৰি বছৰ পিছত ঘুৰাই পালে যাত্ৰীয়ে, লগতে ক্ষতিপূৰণ

লক্ষণীয়ভাৱে যোৱা কেইসপ্তাহমানত উত্তৰ ভাৰতত তীব্ৰ ঠাণ্ডা পৰিছে। ফিল্লৌৰৰ সৰ্বনিম্ন তাপমাত্ৰা আজি ৰাতিপুৱা প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ আছিল। এই ঠাণ্ডাৰ মাজতে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ অব্যাহত আছে। এই যাত্ৰা ৩০ জানুৱাৰীত সমাপ্ত হ’ব। ভাৰত জোড়ো যাত্ৰা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ২০২২ৰ ৭ ছেপ্টেম্বৰত আৰম্ভ হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd