• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাইলট স্বামীৰ দৰেই ১৬ বছৰ পিছত বিমান দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল’লে পাইলট পত্নীয়ে

অঞ্জু খাতিৱাৰাও আছিল স্বামী দীপক পোখৰেলৰ দৰে এগৰাকী সহ-পাইলট। স্বামীৰ মৃত্যুৰ পিছত নিজকে চম্ভালি লৈ যথেষ্ট কষ্টৰ মাজেৰে নিজৰ জীৱন-জীৱিকাত মনোনিৱেশ কৰিছিল অঞ্জুৱে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 12:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ বছৰ পূৰ্বে, ২০০৬ চনৰ ২১ জুনত নেপালৰ এটা বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল য়েটি এয়াৰলাইনন্সৰ সহ-পাইলট দীপক পোখৰেলৰ। সেই দুৰ্ঘটনাটোত লগতে মৃত্যু হৈছিল ৬ জন যাত্ৰী আৰু ৪ জন ক্ৰুৰ। মৃত্যুৰ সময়ত দীপক পোখৰেলে অকলশৰীয়া কৰি থৈ গৈছিল পত্নী অঞ্জু খাতিৱাৰাক।

অঞ্জু খাতিৱাৰাও আছিল স্বামী দীপক পোখৰেলৰ দৰে এগৰাকী সহ-পাইলট। স্বামীৰ মৃত্যুৰ পিছত নিজকে চম্ভালি লৈ যথেষ্ট কষ্টৰ মাজেৰে নিজৰ জীৱন-জীৱিকাত মনোনিৱেশ কৰিছিল অঞ্জুৱে।

Apply Now

কিন্তু দুৰ্ভাগ্যজনক ভাবে যোৱা শনিবাৰে নেপালত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোত মৃত্যু হয় অঞ্জু খাতিৱাৰাৰ। শনিবাৰে দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ সহ-পাইলটৰ দায়িত্বত আছিল অঞ্জু খাতিৱাৰা। খাতিৱাৰাৰ জীৱনত সহ-পাইলট হিচাপে এইটোৱেই আছিল অন্তিমটো উৰণ। দুৰ্ঘটনা নহৈ এই উৰণ সম্পূৰ্ণ হোৱাৰ পিছতে সহ-পাইলটৰ পৰা পাইলটলৈ পদোন্নতি হ’লহেতেঁন অঞ্জু খাতিৱাৰাৰ। কাৰণ এই যাত্ৰা সম্পূৰ্ণ কৰা হ’লে সহ-পাইলটৰ পৰা পাইলট হ’বলৈ লগা ১০০ ঘন্টাৰ উৰণ অভিজ্ঞতা সম্পূৰ্ণ হ’লহেতেঁন অঞ্জুৰ।

কিন্তু ভাগ্যৰ বিৰম্বনা আৰু বিধিৰ লিখনে অঞ্জুকো লৈ গ’ল নেদেখা দেশলৈ। সহ-পাইলট অঞ্জুৱে সহ-পাইলট স্বামীৰ দৰেই বিমান দুৰ্ঘটনাতে সামৰিলে ইহ সংসাৰ। ৬৮ জন যাত্ৰীৰ লগতে এই বিমান দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে ৪ জন বিমান কৰ্মীয়ে।

দেওবাৰে নেপালৰ পোখাৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি এয়াৰলাইন্সৰ এ টি আৰ ৭২ বিমানখনৰ পাইলট আছিল কমল কে চি। ৩৫ বছৰীয়া উৰণৰ অভিজ্ঞতা থকা কমল কেচিৰ ভুলৰ বাবেই নে কাৰিকৰী বিজুতিৰ বাবেই হ’ল এই দুৰ্ঘটনা সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd