• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধোঁৱাচাঙত খোৱাপানী যোগান আঁচনি : জলবৰ্ডক ১৪ দিন সময় দিলে উচ্চ ন্যায়ালয়ে

গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় । বাকী ৭০ শতাংশ লোকেই লাভ নকৰে চৰকাৰৰ খোৱা পানী আঁচনিৰ সুবিধা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 9:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাধান নাই গুৱাহাটী খোৱা পানী সমস্যাৰ। বছৰ বছৰ ধৰি খোৱা পানী যোগান আঁচনিৰ নাম চৰকাৰ কিম্বা জলবৰ্ডে আভুৱা ভাৰি আহিছে। নিয়মীয়াকৈ এটুপি খোৱা পানী পাবৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে গুৱাহাটী মহানগৰৰ অধিকাংশ নাগৰিকে।

তথ্য অনুসৰি গুৱাহাটীত ৭০ শতাংশ মানুহেই খোৱা পানী আঁচনিৰ পৰা বঞ্চিত। গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিছতো গুৱাহাটীত খোৱা পানীৰ সমস্যা এক ডাঙৰ সমস্যা । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় । বাকী ৭০ শতাংশ লোকেই লাভ নকৰে চৰকাৰৰ খোৱা পানী আঁচনিৰ সুবিধা।

Apply Now

দীৰ্ঘদিন ধৰি ভুগি থকা এই সমস্যাৰ বাবেই চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদন। এই আবেদনৰ শুনানিৰ ভিত্তিত জলবৰ্ডে ১৪ দিনৰ ভিতৰত খোৱা পানী আঁচনিৰ কাম-কাজৰ লগতে পানী যোগান আঁচনিৰ পুঁজি সম্পৰ্কতো ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব বুলি নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব অহা ৮ ফ্ৰেব্ৰুৱাৰীত। সেইদিনাই ন্যায়ালয়ত জৱাব দিব লাগিব জলবৰ্ডে।

উল্লেখ্য যে ন্যায়ালয়ৰ এই ৰাজহুৱা স্বাৰ্থজনিত গোচৰটোত চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থা হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছে অধিবক্তা আবিৰ ফুকনে।

প্ৰশ্ন হয়, গুৱাহাটী পানী যোগান আঁচনিৰ নামত অহা কোটি কোটি টকা ক’লৈ যায়। কোটি কোটি টকা খোৱা পানীৰ বাবে আবন্টন হোৱাৰ পিছতো কিয় খোৱা পানীৰ আঁচনিৰ পৰা বঞ্চিত হৈ ৰব লগা হয় গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক বাসিন্দা? নিচেই কাষেদিয়ে বিশাল ব্ৰহ্মপুত্ৰখন বৈ যোৱাৰ পিছতো কিয় ব্ৰহ্মপুত্ৰৰ পানী ৰাইজৰ উপযোগী হোৱাকৈ সুবিধা কৰি দিব পৰা নাই অসম চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd