DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধোঁৱাচাঙত খোৱাপানী যোগান আঁচনি : জলবৰ্ডক ১৪ দিন সময় দিলে উচ্চ ন্যায়ালয়ে

গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় । বাকী ৭০ শতাংশ লোকেই লাভ নকৰে চৰকাৰৰ খোৱা পানী আঁচনিৰ সুবিধা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 9:41 am
71
VIEWS
Share on FacebookShare on Twitter

সমাধান নাই গুৱাহাটী খোৱা পানী সমস্যাৰ। বছৰ বছৰ ধৰি খোৱা পানী যোগান আঁচনিৰ নাম চৰকাৰ কিম্বা জলবৰ্ডে আভুৱা ভাৰি আহিছে। নিয়মীয়াকৈ এটুপি খোৱা পানী পাবৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে গুৱাহাটী মহানগৰৰ অধিকাংশ নাগৰিকে।

তথ্য অনুসৰি গুৱাহাটীত ৭০ শতাংশ মানুহেই খোৱা পানী আঁচনিৰ পৰা বঞ্চিত। গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিছতো গুৱাহাটীত খোৱা পানীৰ সমস্যা এক ডাঙৰ সমস্যা । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় । বাকী ৭০ শতাংশ লোকেই লাভ নকৰে চৰকাৰৰ খোৱা পানী আঁচনিৰ সুবিধা।

দীৰ্ঘদিন ধৰি ভুগি থকা এই সমস্যাৰ বাবেই চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল ৰাজহুৱা স্বাৰ্থজনিত আবেদন। এই আবেদনৰ শুনানিৰ ভিত্তিত জলবৰ্ডে ১৪ দিনৰ ভিতৰত খোৱা পানী আঁচনিৰ কাম-কাজৰ লগতে পানী যোগান আঁচনিৰ পুঁজি সম্পৰ্কতো ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব বুলি নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব অহা ৮ ফ্ৰেব্ৰুৱাৰীত। সেইদিনাই ন্যায়ালয়ত জৱাব দিব লাগিব জলবৰ্ডে।

উল্লেখ্য যে ন্যায়ালয়ৰ এই ৰাজহুৱা স্বাৰ্থজনিত গোচৰটোত চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থা হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছে অধিবক্তা আবিৰ ফুকনে।

প্ৰশ্ন হয়, গুৱাহাটী পানী যোগান আঁচনিৰ নামত অহা কোটি কোটি টকা ক’লৈ যায়। কোটি কোটি টকা খোৱা পানীৰ বাবে আবন্টন হোৱাৰ পিছতো কিয় খোৱা পানীৰ আঁচনিৰ পৰা বঞ্চিত হৈ ৰব লগা হয় গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক বাসিন্দা? নিচেই কাষেদিয়ে বিশাল ব্ৰহ্মপুত্ৰখন বৈ যোৱাৰ পিছতো কিয় ব্ৰহ্মপুত্ৰৰ পানী ৰাইজৰ উপযোগী হোৱাকৈ সুবিধা কৰি দিব পৰা নাই অসম চৰকাৰে?

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd