• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুক্তিৰ পূৰ্বেই দুষ্টচক্ৰই অনলাইনত ভাইৰেল কৰিলে ‘পাঠান’‎

সূত্ৰ অনুসৰি এই ছবিখন মুক্তিৰ চাৰি ঘণ্টা পূৰ্বে ‘ফিল্মী জিলা’, ‘অনলাইন মুভি ৱাচ’, ‘তামিল ৰকাৰছ’ আদি অনলাইন চাইটত প্ৰচাৰ কৰা হৈছে। মুক্তিৰ পিছত ছবিখনৰ ‘চিনেমা হল প্ৰিন্ট’ও উপলব্ধি হ’ল ‘টৰেণ্ট’ত ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 11:46 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোৰঞ্জনৰ জগতখনত ২০২৩ বৰ্ষৰ আৰম্ভণি হৈছিল ‘পাঠান’নামৰ চিনেমাখনেৰে। নতুন ছবিৰ বাবে চাৰি বছৰ ধৰি অপেক্ষা কৰি আছিল শ্বাহৰুখ খানৰ অনুৰাগীয়ে। অৱশেষত দিনটো আহি পালেহি। আজি মুকলি কৰি দিয়া হৈছে পাঠান। পুৱা ৬ বজাৰ পৰা চিনেমা হলৰ বাহিৰত ভিৰ। দেশৰ প্ৰায় সকলো ডাঙৰ চহৰৰ পৰিৱেশ একেধৰণৰ।

ছবিখনক লৈ কোটি কোটি টকাৰ উপাৰ্জনৰ সপোনত এতিয়া চেঁচাপানী ঢালিলে দুষ্ট চক্ৰই। মুক্তিৰ পূৰ্বেই অনলাইনত ভাইৰেল কৰিলে বহু বিতৰ্কিত ছবিখন।  

Apply Now

সূত্ৰ অনুসৰি এই ছবিখন মুক্তিৰ চাৰি ঘণ্টা পূৰ্বে ‘ফিল্মী জিলা’, ‘অনলাইন মুভি ৱাচ’, ‘তামিল ৰকাৰছ’ আদি অনলাইন চাইটত প্ৰচাৰ কৰা হৈছে। মুক্তিৰ পিছত ছবিখনৰ ‘চিনেমা হল প্ৰিন্ট’ও উপলব্ধি হ’ল ‘টৰেণ্ট’ত ।

শ্বাহৰুখ খানকে ধৰি চিনেমাখনৰ পৰিচালকে বাৰে বাৰে এনে কাম নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো কোন দুষ্টচক্ৰই এই কাম কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । কিন্তু এইদৰে অনলাইনত উপলব্ধ হোৱাৰ ঘটনাই যে চিনেমাখনৰ বাণিজ্যিক দিশত প্ৰভাৱ পেলাব সি ধূৰূপ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd