• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বৰিছ জনছনৰ বিস্ফোৰণ! মিনিটৰ ভিতৰতে মিছাইল আক্ৰমণেৰে হত্যাৰ ভাবুকি দিছিল পুটিনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 10:54 am
Boris Johnson Putin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত ৰুছ-ইউক্ৰেইন যুদ্ধ প্ৰায় এটা বছৰ সম্পূৰ্ণ কৰাৰ দিশত। যোৱা বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই যুদ্ধক লৈ এতিয়াও শংকিত বিশ্ব ৰাজনীতি। পিছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পূৰ্বে আন এক অকল্পনীয় সংহাৰ হয়তো দেখিলেহেঁতেন বিশ্বই। ৰুছ-ইউক্ৰেইন যুদ্ধৰ ঠিক পূৰ্বে ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে লাভ কৰিছিল হত্যাৰ ভাবুকি।

মিছাইল আক্ৰমণেৰে হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। ফোনযোগে জনছনক ভাবুকি দিয়া হৈছিল, “বৰিছ, মই আপোনাক আঘাত দিব নিবিচাৰোঁ, কিন্তু মিছাইলৰ সহায়ত মাত্ৰ এক মিনিটৰহে প্ৰয়োজন হ’ব।” ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীক এই ভাবুকি দিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে!

Apply Now

শেহতীয়াকৈ জনছনে কৰিছে এই চাঞ্চল্যকৰ দাবী। জনছনৰ দাবী মতে, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়ান বাহিনীক ইউক্ৰেইনত প্ৰৱেশৰ নিৰ্দেশ দিয়াৰ ঠিক পূৰ্বেই ব্যক্তিগতভাৱে বৰিছ জনছনক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছিল।

আজি সম্প্ৰচাৰ হ’বলগীয়া বিবিচিৰ নতুন তথ্যচিত্ৰ অনুসৰি ২৪ ফেব্ৰুৱাৰীত আক্ৰমণৰ ঠিক আগতেই ফোন কলত এই আপাত ভাবুকি লাভ কৰিছিল তদানীন্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পুটিনৰ উদ্ধৃতি দি জনছনে কয় যে তেওঁ মোক এটা সময়ত একপ্ৰকাৰ ভাবুকি দিছিল আৰু কৈছিল, “বৰিছ, মই আপোনাক আঘাত দিব নিবিচাৰোঁ, কিন্তু মিছাইলৰ সহায়ত মাত্ৰ এক মিনিটৰহে প্ৰয়োজন হ’ব।”

উল্লেখ্য যে, ৰুছ আক্ৰমণৰ প্ৰাৰম্ভিক সময়ছোৱাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ অন্যতম পশ্চিমীয়া সমৰ্থক হিচাপে সমৰ্থন আগবঢ়াইছিল বৰিছ জনছনে।

জনছনৰ মতে, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পূৰ্বে তেওঁ পুটিনক ইউক্ৰেইনৰ নাটোত যোগদানৰ কোনো আগতীয়া সম্ভাৱনা নাই বুলি জনাবলৈ ইতস্তত: কৰিছিল। কিন্তু একে সময়তে আক্ৰমণৰ ফলস্বৰূপে ৰাছিয়াৰ সীমান্তত নাটোৰ উপস্থিতিৰ বিষয়ে পুটিনক তেওঁ সকীয়াই দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd