• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সত্য প্ৰমাণিত হিণ্ডেনবাৰ্গৰ ভৱিষ্যদ্বাণী! প্ৰতিবেদনত দাবী কৰাৰ দৰে খহিছে আদানীৰ সম্পত্তি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2023 2:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকান শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে গৌতম আদানীৰ ব্যৱসায়িক সাম্ৰাজ্যত খহনীয়াৰ আৰম্ভ হয়। হিণ্ডেনবাৰ্গ প্ৰতিবেদনত দাবী কৰা হৈছিল যে আগন্তুক সময়ত আদানী গ্ৰুপৰ সকলো প্ৰতিষ্ঠানৰে শ্বেয়াৰৰ মূল্য প্ৰায় ৬০ৰপৰা ৮০ শতাংশলৈ নিম্নগামী হ’ব।

স্মৰ্তব্য যে যোৱা ২৪ জানুৱাৰীত এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা আদানী গ্ৰুপৰ শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে জালিয়াতি আৰু ষ্টক মেনিপুলেচনৰ অভিযোগ উত্থাপন কৰিছিল।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে আদানী গ্ৰুপৰ বিনিয়োগকাৰীৰ মাজত আতংকৰ সৃষ্টি হয় আৰু শ্বেয়াৰৰ মূল্য বৃহৎ পৰিমাণে হ্ৰাস হয়। এক প্ৰতিবেদন অনুসৰি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষ ২৫তো এতিয়া স্থান নাই আদানীৰ। বৃহস্পতিবাৰে প্ৰকাশ পোৱা অনুসৰি আদানীৰ স্থান এতিয়া ২৯।

Apply Now

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা আদানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আমেৰিকান ৰিচাৰ্চ এজেন্সী হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক আদানী গ্ৰুপে ষড়যন্ত্ৰ বুলি আখ্যা দি এয়া ভাৰতৰ ৰাষ্ট্ৰীয়তাৰ ওপৰত আক্ৰমণ বুলিও অভিযোগ কৰিছিল। কিন্তু নিজকে ধোঁৱা তুলসী পাত সজালেও নিজৰ ব্যৱসায়িক সাম্ৰাজ্য ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই গৌতম আদানী।

ইফালে বিগত এমাহৰ ভিতৰত আদানী টোটেল গেছৰ বজাৰ মূল্যত ৩.৪৪ লাখ কোটি টকা লোকচান হৈছে। ২৪ জানুৱাৰীৰ পৰা এই তিনিওটা ষ্টকে ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। আন এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিতে আদানী কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য প্ৰায় ২০ ট্ৰিলিয়ন আছিল, যিটো এতিয়া ৭.৬ ট্ৰিলিয়নলৈ হ্ৰাস পাইছে। আদানী ট্ৰেন্সমিছনৰ লোকচান হৈছে ২.২৮ লাখ কোটি আৰু সেউজ শক্তিৰ ২.২৬ লাখ কোটি টকা। আদানী ট্ৰেন্সমিছনৰ ২.২৮ লাখ কোটি আৰু আদানী সেউজ শক্তিৰ ২.২৬ লাখ কোটি টকা হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd