• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোগলসকল যদি খলনায়ক, তেনেহ’লে তাজমহল, লাল কিল্লা ভাঙি দিয়ক’: বিস্ফোৰক নাছিৰুদ্দিন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2023 5:12 pm
নাছিৰুদ্দিন শ্বাহ।

নাছিৰুদ্দিন শ্বাহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাজমহলৰ নাম ‘তেজোমহল’ বা লক্ষ্ণৌক ‘লক্ষ্মণ নগৰী’ লৈ সলনি কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আছে। মোগল স্থাপত্যকলৈও দেশৰ বৰ্তমানৰ শাসকীয় দলৰ সমৰ্থকসকলৰ ওজৰ-আপত্তিৰ অন্ত নাই! চৰম হিন্দুপন্থীসকলে ইয়াৰ বিৰুদ্ধে বহুবাৰ মাত মাতিছে। এইবাৰ সেই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে বলীউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিনে।

বলীউড উদ্যোগৰ বহুতো তাৰকাই শ্বাহ বা খান উপাধি হোৱাৰ বাবে সমালোচনা শুনিবলগীয়া হৈছে। আনকি তেওঁলোকৰ নামৰ আঁৰত দেশবিৰোধী টেগো লগোৱা হৈছে। নাছিৰুদ্দিনকো সেই তালিকাৰ পৰা বাদ দিয়া হোৱা নাছিল! তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে সমালোচনা শুনিব লগা হৈছিল। এইবাৰ নাছিৰুদ্দিন শ্বাহে মোগলৰ বিষয়ে অবাঞ্ছিত সমালোচনাৰ উত্তৰ দিছে।

শেহতীয়াকৈ নাছিৰুদ্দিনে জি ফাইফৰ বাবে ‘তাজ’ নামৰ এটা ৱেব ছিৰিজত অভিনয় কৰিছে। সেই ছিৰিজটোৰ প্ৰচাৰৰ সময়ত অভিনেতাজনে মোগলৰ বিষয়ে অবাঞ্চিত সমালোচনাৰ উত্তৰ দিয়া শুনা গৈছে।

Apply Now

নাছিৰুদ্দিনে কয়,”যদি মোগলসকল ইমানেই চয়তান, তেন্তে ইয়াৰ বিৰোধিতা কৰা সকলে তাজমহল, কুতুব মিনাৰ, লালকিল্লা ভাঙি দিয়া নাই কিয়? সেইবোৰ মোগলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। লালকিল্লাক কিয় ইমান পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়? যিদৰে তেওঁলোকক সদায় খলনায়ক বনোৱাৰ প্ৰয়োজন নাই, সেইদৰে তেওঁলোকক মহিমান্বিত কৰাৰ কোনো প্ৰয়োজন নাই।”

অৱশ্যে, প্ৰবীণ অভিনেতাজন ইয়াতে ক্ষান্ত থকা নাই। পাঠ্যক্ৰমৰ পাঠ্যপুথিত মৌৰ্য বা গুপ্ত সাম্ৰাজ্যৰ বিষয়ে ইমান বিতংভাৱে কিয় উল্লেখ কৰা নাই, কেৱল মোগল আৰু ব্ৰিটিছসকলৰে ডাঙৰ ডাঙৰ অধ্যায় পঢ়োৱা হয়? নাছিৰুদ্দিন শ্বাহে সেই প্ৰশ্নও উত্থাপন কৰে।

বিগত বছৰবোৰত বিজেপি চৰকাৰে মোগল সাম্ৰাজ্যৰ স্থাপত্য বা এতিয়াও অস্তিত্ব থকা সেই সময়ৰ ঠাইবোৰৰ নাম সম্পৰ্কে বহু বিৰূপ মন্তব্য কৰিছে। মোগল যুগৰ ৪০ খন গাওঁৰ নাম সলনি কৰাৰ পৰা মোগল বাগিচাৰ নাম সলনি কৰালৈকে, বহুতো ঐতিহাসিক চিহ্ন বিলোপ কৰা হৈছে। নাছিৰুদ্দিন শ্বাহে এইবাৰ সেই সন্দৰ্ভত তেওঁৰ মতামত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd