• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা শিক্ষাৰ্থীৰ ওপৰত ইছলামিক সংগঠনৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 9:15 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছে এটা ইছলামিক সংগঠনে। এই আক্ৰমণত ১৫ গৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আহত হৈছে। বিশ্ববিদ্যালয় প্ৰশাসনৰ অনুমতি সাপেক্ষে হোলী উদযাপন কৰি থকা অৱস্থাত ইছলামী জমিয়ত তুলবা (আই জে টি)ৰ সদস্যই অতৰ্কিতে আক্ৰমণ কৰে। এই আক্ৰমণৰ ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। ভিডিঅ’সমূহত দেখা গৈছে যে হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক হোলী আয়োজন কৰাৰ বাবে আক্ৰমণ কৰা হৈছিল।

কিছুমান ভিডিঅ’ত দেখা গৈছে যে নিৰাপত্তাৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীক লাঠিৰে প্ৰহাৰ কৰিছে। সিন্ধ পৰিষদৰ সাধাৰণ সম্পাদক কাচিফ ব্ৰহীয়ে পাকিস্তানৰ ড’ন কাকতক জনোৱা অনুসৰি পাকিস্তানৰ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনৰ পৰা অনুমতি লৈ হিন্দু সম্প্ৰদায় আৰু পৰিষদৰ সদস্যসকলে হোলী আয়োজন কৰিছিল।

তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ফেচবুক পেজত হোলী উদযাপনৰ নিমন্ত্ৰণী পত্ৰ পোষ্ট কৰাৰ পিছতে আইজেটিৰ কৰ্মীসকলে তেওঁলোকক ভাবুকি দিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে, সোমবাৰে পুৱা সিন্ধ পৰিষদৰ সদস্য আৰু হিন্দু সম্প্ৰদায়ৰ লোকসকলে পি ইউ ল’ কলেজৰ বাহিৰত হোলী উদযাপনৰ বাবে সমবেত হৈছিল, তেতিয়া আইজেটিৰ কৰ্মীসকলে তেওঁলোকক বন্দুক আৰু লাঠিৰে আক্ৰমণ কৰিছিল।

Apply Now

ব্ৰহীয়ে কয় যে এই সংঘৰ্ষৰ সময়ত হিন্দু সম্প্ৰদায় আৰু সিন্ধ পৰিষদৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈ অনুষ্ঠানটো উদযাপন নকৰাকৈয়ে গুচি যায়। ইয়াৰ পিছতে উপাচাৰ্যৰ কাৰ্যালয়ৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলে সমবেত হৈ এই ঘটনাৰ প্ৰতিবাদ কৰে আৰু তেতিয়াই নিৰাপত্তাৰক্ষীয়ে লাঠি লৈ আহি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

একে সময়তে আইজেটিৰ মুখপাত্ৰ ইব্ৰাহিম শ্বাহিদে কয় যে তেওঁ হিন্দু সম্প্ৰদায়ৰ সদস্যসকলক হোলী উদযাপন কৰাত বাধা দিয়া নাছিল। তেওঁ কয় যে আক্ৰমণকাৰীয়ে হয়তো সংগঠনৰ নাম ব্যৱহাৰ কৰি এই কাণ্ড সংঘটিত কৰিছে।

তেওঁ কয় যে নিৰাপত্তাৰক্ষীয়ে হয়তো ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল, কিন্তু ইয়াৰ লগত আইজেটিৰ কোনো সম্পৰ্ক নাই। তেওঁ কয় যে চৌহদত দাৰ-ই-কুৰাণৰ আয়োজন কৰি থকাৰ বাবে এই ঘটনাৰ সময়ত তেওঁ উপস্থিত নাছিল। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আক্ৰমণৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd