• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱা স্থানত চি চি টিভি কেমেৰা বাধ্যতামূলক! বিধানসভাত উত্থাপন হ’ল বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 7:31 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিধানসভাৰ প্ৰথম দিনটোত The Assam Public safety (Measures) Enforcement Bill 2023 উত্থাপন কৰা হয়। বিধেয়কখন উত্থাপন কৰে মন্ত্ৰী অশোক সিংঘলে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অপৰাধ ৰোধৰ  বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা বিধেয়কখনত উল্লেখ কৰা হৈছে।

বিধেয়কখন উল্লেখ কৰা অনুসৰি বাণিজ্যিক স্থান, উদ্যোগিক ক্ষেত্ৰ, ধৰ্মীয় স্থান, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী গৃহ, ক্ৰীড়া প্ৰকল্প, ৰে’লৱে ষ্টেচন, বাছ ষ্টপেজ, আবাসিক বিল্ডিং আদিত চি চি টিভি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক হ’ব।

তদুপৰি, সেই চি চি টিভি কেমেৰাৰ ফিড চৰকাৰক প্ৰদান কৰিব লাগিব। আনহাতে, ৩০ দিনলৈকে ইয়াৰ দৃশ্য ডিলিট কৰিব নোৱাৰিব।

Apply Now

লগতে পঢ়ক: অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

বিধেয়কখন অনুসৰি, আইন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ নৱীকৰণৰ পৰৱৰ্তী তাৰিখৰ আগতে এবছৰৰ ভিতৰত এই পদক্ষেপবোৰ কাৰ্যকৰী কৰিব লাগিব।

ব্যৱস্থাবোৰ পালন কৰাত বিফল হ’লে সংশ্লিষ্ট বিষয়াৰ দ্বাৰা জাৰি হোৱা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ১৫ দিনৰ ভিতৰত দিব লাগিব। যথাসময়ত উত্তৰ নিদিলে এ চি পি, ডি এছ পি অথবা এছ ডি পি অ’ই এমাহত ৫ হাজাৰ আৰু দ্বিতীয় মাহত ১০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহিব পাৰিব।

সেইদৰে, দুমাহতকৈ অধিক সময়ৰ ভিতৰতো যদি উত্তৰ নিদিয়ে তেন্তে সেই প্ৰতিষ্ঠান কৰ্তৃপক্ষই অস্থায়ীভাৱে বন্ধ কৰিব।

কোৱা হৈছে যে চৰকাৰৰ ওচৰত ইয়াৰ নিজা উৎসৰ পৰা উপলব্ধ তথ্যৰ ব্যৱহাৰে সমগ্ৰ ৰাজ্যতে এক সুৰক্ষিত ৰাজহুৱা পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব।

লগতে পঢ়ক:বিয়েৰ খালে সঁচাকৈয়ে কিডনিত পাথৰ সৃষ্টি হ’ব নোৱাৰে? কি কয় গৱেষণাই?

উল্লেখ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিনটোতে সদন উত্তাল হৈ পৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ভাষণ দি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খোৱা বুলি কৰা মন্তব্যকলৈ সদন উত্তাল হৈ পৰে। হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰাজ্যপালে ১৭ মিনিট ভাষণ দিয়েই ভাষণ সামৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd