• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 10, 2023 5:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

H3N2 ভাইৰাছৰ ফলত এজন বৃদ্ধ লোকৰ মৃত্যু ঘটিছে। কৰ্ণাটকৰ হাছানত H3N2 ভাইৰাছৰ ফলত এজন ৮২ বছৰীয়া বৃদ্ধৰ মৃত্যু হয়। ইয়াৰ ফলস্বৰূপে, সমগ্ৰ দেশতে নতুন আতংক বিয়পি পৰিছে। এইটো দেশৰ প্ৰথম H3N2-ত মৃত্যু।

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, হীৰা গৌড়াক ২৪ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১ মাৰ্চত তেওঁৰ মৃত্যু হয়। চিকিৎসকসকলে জনায় যে বৃদ্ধ জনৰ শৰীৰত H3N2 ভাইৰাছটো পোৱা গৈছে। তেওঁ ‘ডায়েবেটিচ’ আৰু উচ্চ ৰক্তচাপতো ভুগি আছিল।

কোভিড সদৃশ লক্ষণ! ঘৰে ঘৰে চৰ্দি-কাহ বিয়পি পৰিছে! ফ্লু’ৰ সংক্ৰমণৰ ফলত হাহাকাৰ অৱস্থা সাধাৰণ নাগৰিকৰ। কেন্দ্ৰই ইতিমধ্যে ফ্লুৰ বিৰুদ্ধে সুৰক্ষা থকাৰ বাবে কেইবাটাও পৰামৰ্শ জাৰি কৰিছে।

Apply Now

লগতে পঢ়ক: নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

যোৱা ২-৩ মাহ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত জ্বৰ, চৰ্দি আৰু কাহৰ ঘটনা বৃদ্ধি পাই আহিছে। কেন্দ্ৰই ফ্লুৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে তাৰ নিৰ্দেশনা উলিয়াইছে। ফ্লুৰো কোভিডৰ দৰে একে লক্ষণ আছে।

ইনফ্লুৱেঞ্জা A চাব টাইপ H3N2-ৰ ফলত ফ্লু দ্ৰুতগতিত বিয়পি আছে, যি অন্যান্য ‘চাব টাইপ’ৰ তুলনাত যোৱা দুই-তিনি মাহত হাস্পাতালত ভৰ্তি হোৱাৰ ৰোগীৰ সংখ্যাও অধিক।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) কৈছে যে ইনফ্লুৱেঞ্জা A চাব টাইপ H3N2 ভাইৰাছৰ ফলত ফ্লুৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। H3N2-য়ে যোৱা দুই-তিনি মাহত আধিপত্য দেখুৱাইছে, যাৰ ফলত ই আন চাব টাইপতকৈ অধিক সংক্ৰামক হৈ পৰিছে। এই কাৰণত চিকিৎসালয়ত ভৰ্তিৰ হাৰো বাঢ়িছে।

লগতে পঢ়ক:বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি; কি খৱৰ বিনোদ আদানিৰ?

ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আই.এম.এ.)ৰ মতে যদি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় তেন্তে সাধাৰণতে তিনি দিনৰ বাবে জ্বৰ হয়। কিন্তু কাহ প্ৰায় তিনি সপ্তাহ ধৰি থাকিব পাৰে। একে সময়তে, সাধাৰণ ৰাইজক চিকিৎসকৰ পৰামৰ্শ অবিহনে ‘এণ্টিবায়টিক’ গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ১৫ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। জ্বৰৰ সৈতে শ্বাসতন্ত্ৰৰ সংক্ৰমণো এই ভাইৰাছৰ দ্বাৰা হয়। আইএমএয়ে জনাইছে যে ই কেৱল এণ্টিবায়টিক নহয়, লক্ষণভিত্তিক চিকিৎসাৰো পৰামৰ্শ দিছে।

আইচিএমআৰে নিজকে সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে তাৰ বিতং নিৰ্দেশনা প্ৰস্তুত কৰিছে। ইয়াৰ ভিতৰত আছে চাবোন আৰু পানীৰে নিয়মীয়াকৈ হাত ধোৱা, মাস্ক পিন্ধা আৰু ভিৰ পৰিহাৰ কৰা। জ্বৰ আৰু শৰীৰৰ বিষৰ ক্ষেত্ৰত আইচিএমআৰে পেৰাচিটামল ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। ৰাজহুৱাকৈ থু নেপেলাবলৈ কোৱা হৈছে।নিৰ্দেশনাত লগতে হেণ্ডচেক কৰিবলৈও মানা কৰা হৈছে।

লগতে পঢ়ক: জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

আইচিএমআৰে কৈছে যে এণ্টিবায়টিক আৰু অন্যান্য ঔষধ এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গ্ৰহণ কৰিব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd