• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়েৰ খালে সঁচাকৈয়ে কিডনিত পাথৰ সৃষ্টি হ’ব নোৱাৰে? কি কয় গৱেষণাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 6:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে কিডনিৰ সমস্যাত ভুগি থকা ৰোগীৰ সংখ্যা আগৰ তুলনাত বহুত বেছি বৃদ্ধি পাইছে। পৰিসংখ্যাই অন্ততঃ সেয়াই কয়। চিকিৎসকসকলৰ মতে, ইয়াৰ এটা কাৰণ হ’ব পাৰে দৈনন্দিন জীৱনত অনিয়ম। ইয়াৰ বাহিৰেও অস্বাস্থ্যকৰ খাদ্য খোৱা, কম পানী খোৱাৰ দৰে অভ্যাসৰ ফলত কিডনিৰ ৰোগ হ’ব পাৰে।

কিডনি সম্পৰ্কীয় সমস্যাবোৰৰ ভিতৰত এটা হৈছে কিডনিত পাথৰ জমা হোৱা। ঔষধৰ সহায়ত নকমিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অস্ত্ৰোপচাৰ হৈছে একমাত্ৰ উপায়। শেহতীয়া এক অধ্যয়নে সম্পূৰ্ণ নতুন তথ্য প্ৰদান কৰে। অধ্যয়ন অনুসৰি, প্ৰায় ১ ৰ পৰা ৩ শতাংশ ভাৰতীয় নাগৰিকে বিশ্বাস কৰে যে বিয়েৰ খোৱাৰ ফলত কিডনিৰ পাথৰ জমা হোৱাৰ সমস্যা হ্ৰাস হয়।

লগতে পঢ়ক: অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

Apply Now

এই ধাৰণাটো একেবাৰে সঁচা নেকি? সীমিত পৰিমাণৰ বিয়েৰ খালে কোনো সমস্যা হ’ব নালাগে। প্ৰতিদিনে ৩৫০ মিলিলিটাৰ বিয়েৰ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। কিন্তু তাতকৈ বেছি খোৱাটো শৰীৰৰ বাবে একেবাৰে লাভজনক নহয়। কিন্তু বিয়েৰ খোৱাৰ ফলত কিডনিৰ পাথৰ আৰু জমা নহয় নেকি?

চিকিৎসকসকলে কয় যে বিয়েৰ এটা মূত্ৰবৰ্ধক। এই পানীয় খোৱাৰ ফলত প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি হয়। প্ৰতিদিনে সামান্য বা নিয়ন্ত্ৰিত পৰিমাণৰ বিয়েৰ খোৱাৰ ফলত প্ৰস্ৰাৱৰ জৰিয়তে কিডনিৰ পাথৰ ওলাই যোৱাৰ সম্ভাৱনা আছে। কিন্তু এই ক্ষেত্ৰত বিয়েৰৰ সলনি যিকোনো পানীয়ই একেই কাম কৰিব।

বিয়েৰ কেতিয়াও স্বাস্থ্যৱান হৈ থকাৰ উপায় হ’ব নোৱাৰে। ইয়াৰ ফলত এই পানীয়ে শৰীৰৰ আৰ্দ্ৰতা হ্ৰাস কৰে। পানীৰ স্তৰ হ্ৰাস পায়। ফলস্বৰূপে, কিডনিৰ পাথৰৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰিৱৰ্তে ইয়াৰ ওলোটাহে কৰিব পাৰি। গতিকে এই ধাৰণাটোৰ পৰা ওলাই আহক আৰু কিডনিৰ পাথৰ গলিবলৈ পানীৰ ওপৰত নিৰ্ভৰ কৰক।

লগতে পঢ়ক: বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি; কি খৱৰ বিনোদ আদানিৰ?

কেৱল সেয়াই নহয়, প্ৰায় ৫০ শতাংশ ভাৰতীয়ই কিডনিৰ পাথৰ অৱহেলা কৰে। ফলস্বৰূপে, চিকিৎসা আৰম্ভ কৰিবলৈ যথেষ্ট পলম হয়।

মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত কিডনিৰ পাথৰ জমা হোৱাৰ সমস্যা তিনিগুণ বেছি। শেহতীয়া গৱেষণাই এনে তথ্য প্ৰকাশ কৰিছে। কিডনি পাথৰৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। চিকিৎসকে কয় যে যদি ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ সমস্যা হয়, কিডনি পাথৰ জমা হোৱাৰ আশংকা থাকে। কিন্তু এই সমস্যাবোৰৰ স্বত্বেও বহুলোকে কিডনিৰ ৰোগৰ বিষয়ে অৱগত নহয়। ফলস্বৰূপে, কিডনিৰ সমস্যাত ভুগি থকা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আনহাতে, বহুলোকে ভাবে যে প্ৰ’টিন ছাপ্লিমেন্ট খালেও কিডনিৰ পাথৰো হ’ব পাৰে। চিকিৎসকসকলে কৈছে যে এই ধাৰণাটোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। প্ৰ’টিন খোৱাৰ ফলত কিডনিৰ ওপৰত কোনো প্ৰভাৱ পেলাব, কোনো গৱেষণাই তেনে তথ্য প্ৰকাশ কৰা নাই। বৰঞ্চ, যদি আপুনি প্ৰ’টিন নাখায়, তেতিয়াহে শৰীৰত আৰু বহুতো সমস্যা হ’ব পাৰে।

লগতে পঢ়ক: নিৰ্বাচনৰ আগতে উৎকোচ! কৰ্ণাটকত বিজেপি বিধায়কে উপহাৰ দিয়া শাৰী জ্বলাই প্ৰতিবাদ

প্ৰতি বছৰে সমগ্ৰ দেশৰ ডেৰ লাখ লোকক কিডনিৰ পাথৰ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ৰোগৰ বিকাশৰ আঁৰত থকা অনিয়মৰ উপৰিও কিছুমান ভুল ধাৰণা আছে বুলি ভাৱে চিকিৎসকসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd