• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীক; বান্ধি দিলে সময়সীমা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 28, 2023 7:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ হাউছিং সমিতিয়ে ৰাহুল গান্ধীক দিল্লীত তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ দিছে। ৰাহুলক সংসদৰ সদস্য হিচাপে আৱণ্টন কৰা বাংলোটো খালী কৰিবলৈ কোৱা হৈছে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক সাংসদ হিচাপে বৰ্খাস্ত কৰাৰ পিছত এইদৰে তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাবে লোকসভা সমিতিয়েও এক ‘ডেডলাইন’ বা সময়সীমাও বান্ধি দিছে। ৰাহুলে বাংলোটো খালী কৰিবলৈ এমাহ সময় পাব।

২০০৫ চনৰ পৰা ৰাহুলে লুটিয়েনৰ দিল্লীৰ ১২ টোঘলক লেনৰ এটা চৰকাৰী বাংলোত বাস কৰি আছে। ৰাহুলক তেওঁৰ নামত ১৮ বছৰৰ বাবে আৱণ্টিত চৰকাৰী বাংলোটো এৰি দিবলৈ এমাহৰ সময় দিয়া হৈছে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বাংলোৰ পৰা তেওঁৰ কাৰ্যালয়ো চলাইছিল।

লগতে পঢ়ক: সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

Apply Now

যোৱা সপ্তাহৰ শুকুৰবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল। গুজৰাটৰ চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক সকলো ‘মোডী’ উপাধিৰ লোক ‘চোৰ’ মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। ইয়াৰ ঠিক পিছতে লোকসভা সচিবালয়ৰ পৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি এক জাননী জাৰি কৰা হয়। যদি সিদ্ধান্তটো বাহাৰ থাকে, তেন্তে ৰাহুলে পৰৱৰ্তী ছয় বছৰৰ বাবে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন অনুসৰি যদি এজন নিৰ্বাচিত প্ৰতিনিধিক দুবছৰ বা অধিক সময়ৰ বাবে অপৰাধৰ বাবে শাস্তি দিয়া হয়, তেন্তে তেওঁক বৰ্খাস্ত কৰা হয়। ২০১৩ চনত উচ্চতম ন্যায়ালয়ে লিলি থমাছ গোচৰত আইনৰ অধীনত বৰ্খাস্তৰ বাবে প্ৰদান কৰা তিনি মাহৰ ‘সুৰক্ষা কবচ’ খাৰিজ কৰিছিল।

লগতে পঢ়ক: পলাল! প্ৰতিবাদী জনতাৰ ৰুদ্ৰমুৰ্ত্তি দেখি পলাবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী

যিহেতু ৰাহুলক এটা ফৌজদাৰী গোচৰত দোষী সাব্যস্ত কৰা হৈছে, সেয়ে তেওঁ নিজে পোনপটীয়াকৈ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব নোৱাৰে। অৱশ্যে, কোনো ব্যক্তিয়ে চুৰাট আদালতৰ ৰায়ে বৃহত্তৰ জনস্বাৰ্থক আঘাত কৰিছে বুলি যুক্তি দাঙি ধৰি উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিব পাৰে ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd